ETV Bharat / state

বিলুপ্তিৰ পথত ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প - ডিব্ৰুগড়

ডিব্ৰুগড়ত ঐতিহ্যমণ্ডিত মৃৎ শিল্প বিলুপ্তিৰ পথত ৷ গ্ৰাহকৰ সমাদৰৰ অভাৱ ৷ ক্ৰমে নিঃশেষৰ দিশে গতি কৰিছে এই শিল্প । বিপাঙত পৰিছে মৃৎ শিল্পীসকল ৷

ceramic-industry
ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প
author img

By

Published : Apr 7, 2021, 10:09 AM IST

মৰাণ,7 এপ্ৰিল : প্ৰতিটো প্ৰজন্মৰ হাতত প্ৰাণ পাই উঠা ডিব্ৰুগড় চহৰৰ ঐতিহ্যমণ্ডিত শতাধিক বছৰীয়া পুৰণি মৃৎ শিল্প এতিয়া গতি কৰিছে বিলুপ্তিৰ পথলৈ । চহৰখনৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে তিনিটা পৰিয়ালে তেওঁলোকৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা মাটিৰ ভিন্ন সামগ্ৰী প্ৰস্তুত কৰি জীৱিত কৰি ৰাখিছে বিলুপ্ত হ'বলৈ ধৰা এই মৃৎ শিল্পক ।

ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প

কিন্তু 500 বছৰৰো অধিক পুৰণি এই মৃৎ শিল্প এতিয়া বিলুপ্তিৰ দিশে যোৱাৰ ফলত শংকিত হৈ পৰিছে পৰিয়াল কেইটা । এফালে বহিৰাগত নানা সামগ্ৰীৰে বজাৰ দখল কৰাৰ সমান্তৰালকৈ সমাদৰ কমিছে মৃৎ শিল্পৰ । যাৰ ফলস্বৰূপে বিপাঙত পৰিছে এই শিল্পৰ লগত জড়িত থকা শিল্পীসকল ।

লগতে পঢ়ক : ইভিএমক কেন্দ্ৰ কৰি পশ্চিম গুৱাহাটীত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.