ETV Bharat / state

বছৰৰ প্ৰথম দিনটোত মৰাণৰ আই থানত সেৱা জনালে শতাধিক ভক্তপ্ৰাণ ৰাইজে - চাকি-ধূপ, শৰাই

বছৰৰ প্ৰথম দিনটোতে ডিব্ৰুগড় জিলাৰ মৰাণৰ ঐতিহাসিক আই থানত ভিৰ কৰে শতাধিক ভক্তপ্ৰাণ ৰাইজে ৷ উল্লেখ্য যে, বগীবিল দলঙৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ মান দূৰত অৱস্থিত এই থানত সেৱা ল'লে মনৰ কামনা পুৰণ হয় বুলি এক লোক বিশ্বাস আছে । গতিকে এনে লোক বিশ্বাসৰ বাবেই শুকুৰবাৰে শতাধিক ভক্তপ্ৰাণ ৰাইজে চাকি-ধূপ, শৰাই নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰে ৷

people-gathering-for-doing-puja-at-heritage-aai-than
বছৰৰ প্ৰথম দিনটোত মৰাণৰ আই থানত সেৱা জনালে শতাধিক ভক্তপ্ৰাণ ৰাইজে
author img

By

Published : Jan 1, 2021, 9:01 PM IST

মৰাণ, 1 জানুৱাৰী : নতুনবৰ্ষৰ প্ৰথম দিনটোতে ডিব্ৰুগড় জিলাৰ মৰাণৰ ঐতিহাসিক আই থানত ভগৱানৰ ওচৰত সেৱা জনাবলৈ শতাধিক ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰতি বছৰে বছৰৰ প্ৰথম দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভগৱানৰ ওচৰত সেৱা জনাবলৈ এই আই থানত ভিৰ কৰেহি শতাধিক ভক্তপ্ৰাণ ৰাইজে ।

বছৰৰ প্ৰথম দিনটোত মৰাণৰ আই থানত সেৱা জনালে শতাধিক ভক্তপ্ৰাণ ৰাইজে

স্থনীয় লোকে সদৰি কৰা মতে, বগীবিল দলঙৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত অৱস্থিত এই থানত সেৱা ল'লে মনৰ কামনা পুৰণ হয় বুলি এক লোক বিশ্বাস আছে । এই লোক বিশ্বাসৰ বাবেই বছৰৰ প্ৰখম দিনটোতে বিভিন্ন ঠাইৰ পৰা শতাধিক লোক আহি পুৱাৰ পৰাই থানত শৰাই নৈবেদ্য আগবঢ়াই সেৱা গ্ৰহণ কৰে ৷

লগতে পঢ়ক: ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.