ETV Bharat / state

মৰাণত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - বনবিভাগৰ দ্বাৰা পিঞ্জৰাবদ্ধ

বৃহত্তৰ মৰাণ অঞ্চলত বহুদিন ধৰি ৰাইজৰ মাজত চলাই আহিছিল সন্ত্ৰাস ৷

মৰাণত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
author img

By

Published : Sep 15, 2019, 10:04 PM IST

মৰাণ, 15 ছেপ্তেম্বৰ: শনিবাৰে নিশা অৱশেষত পিঞ্জৰাবদ্ধ হল বৃহত্তৰ মৰাণ অঞ্চলত বহুদিন ধৰি সন্ত্ৰাস চলাই অহা এটা নাহৰফুটুকী বাঘ ৷ খোৱাং আঞ্চলিক বনাঞ্চলৰ অধীনস্থ মৰাণ মেঘা চাহ বাগিচাত ৰাইজৰ সহযোগত বন বিভাগে পতা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকী বাঘটো ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, যোৱা কেইবাদিনো ধৰি বাগিচাখনত গৰু ,ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোৱে ৷ ইতিমধ্যে স্থানীয় ৰাইজে খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি ডিব্ৰুগড় জিলাৰ বন বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰে৷ বনবিভাগে ডিব্ৰগড় জিলা বন বিষয়াৰ সিদ্ধান্তৰ পাছতে পিঞ্জৰাবদ্ধ বাঘটোক কোনোবা এখন বনাঞ্চলত মুকলি কৰা হ'ব বুলি সংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

Intro:
বৃহত্তৰ মৰাণ অঞ্চলত বহুবছৰ ধৰি বাঘে ৰাইজৰ মাজত সন্ত্ৰাস চলাই আহিছে । বন বিভাগে ৰাইজৰ সহযোগত বাঘ ধৰিবলৈ চেষ্টা কৰি আহিছে যদিও সফল হ'ব পৰা নাছিল । কিন্তু অবশেষত শনিবাৰে নিশা মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তথা খোৱাং আঞ্চলিক বনাঞ্চলৰ অধীনস্থ মৰাণ মেঘা চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে বাগিচাখনত নাহৰফুটুকীটোৱে কেইবাদিনো ধৰি গৰু ,ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । খোৱাং অঞ্চলিক বনবিভাগে ৰাাইজৰ সহযোগত কেইদিনমান আগতে চাহ বাগান খনত পিঞ্জৰা পতাৰ পিছতে পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো । বাঘ আবদ্ধ হোৱা পাছতে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত পিঞ্জৰাবদ্ধ বাঘটোক খোৱাং আঞ্চলিক বন বিভাগে উদ্ধাৰ কৰি ডিব্ৰুগড় জিলাৰ বন বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি খোৱাং আঞ্চলিক বন বিষয়া গৰাকীয়ে জানিবলৈ । জিলা মুখ্য বন বিষয়া গৰাকীৰ সিদ্ধান্ত মৰ্মে পিঞ্জৰাবদ্ধ বাঘটো কোনোবা এখন বনাঞ্চলত মুকলি কৰা হ'ব |Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.