ETV Bharat / state

এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম !

আলফা নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বাহৰ পাতিছে NSCNয়ে ৷দুদিন পূৰ্বে ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা গ্ৰেপ্তাৰ হৈছিল বলেৰ' গাড়ীত মাৰণাস্ত্ৰ,সেনাৰ পোচাক সহ তিনিজন ডিমাপুৰৰ লোক ৷

এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম ?
author img

By

Published : Jun 29, 2019, 7:52 PM IST

Updated : Jun 29, 2019, 8:11 PM IST

  • মুখ্যমন্ত্ৰীৰ গৃহ জিলাত NSCNয়ে পাতিছে বাহৰ
    এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম ?
  • ডিব্ৰুগড়ত 15 লাখ টকা সহ NSCN ৰ কেডাৰ গ্ৰেপ্তাৰ
  • উজনিত বৃদ্ধি পাইছে NSCNৰ গতিবিধি
  • ডিব্ৰুগড়ত থাকিয়েই NSCN ৰ ধন সংগ্ৰহ
  • দুদিন পূৰ্বে ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা গ্ৰেপ্তাৰ হৈছিল বলেৰ' গাড়ীত মাৰণাস্ত্ৰ,সেনাৰ পোচাক সহ তিনিজন ডিমাপুৰৰ লোক
  • এই ঘটনাৰ পাচতে ডিব্ৰুগড় আৰক্ষীৰ জালত পুনৰ আন এজন NSCNৰ সদস্য
  • ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে খ্ৰেমপাই ৱাঙচু নামৰ এজন NSCNৰ সদস্য
  • লগতে গ্ৰেপ্তাৰ চালক মহম্মদ খাদিমউদ্দন নামৰ লোকক
  • সদস্য জনৰ পৰা জব্দ কৰে 15লাখ নগদ ধনৰ লগতে AS04 1803নম্বৰৰ ৱগেনাৰ বাহন
  • ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ পৰা বাহনখৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে
  • আন চাৰিজন লোককো জেৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে

A_dib_801to804_NSCN_jesim

3 files on ftp with one byte
(Byte in on 5 files)

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত NSCNয়ে পাতিছে বাহৰ।

ডিব্ৰুগড়ত 15 লাখ টকা সহ NSCH ৰ কেডাৰ গ্ৰেপ্তাৰ।

:এইবাৰ NSCN ৰ লক্ষ্য উজনি অসম।উজনিত বৃদ্ধি পাইছে NSCNৰ গতিবিধি।আলফা নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত বাহৰ পাতিছে NSCNয়ে।ডিব্ৰুগড়ত থাকিয়েই 
NSCN ৰ ধন সংগ্ৰহ।দুদিন পূৰ্বে ডিব্ৰুগড়ৰ মোহনবাৰিৰ পৰা বলেৰ' গাড়ীত মাৰণাস্ত্ৰ,সেনাৰ পোচাক সহ তিনি জন ডিমাপুৰৰ লোক গ্ৰেপ্তাৰ হোৱা ঘটনাৰ প্ৰভাৱ মাৰ নৌ যাওঁতেই ডিব্ৰুগড় আৰক্ষীৰ জালত পুনৰ আন এজন NSCNৰ দুধৰ্ষ সদস্য।ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি খ্ৰেমপাই ৱাঙচু নামৰ এজন NSCNৰ সদস্যৰ লগতে চালক মহম্মদ খাদিমউদ্দন নামৰ লোকক গ্ৰেপ্তাৰ কৰে।।লগতে জব্দ কৰে 15লাখ নগদ ধনৰ লগতে AS041803নম্বৰৰ ৱগেনাৰ বাহন।।ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ পৰা বাহনখৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।ইফালে আন চাৰিজন লোককো জেৰাৰ বাবে আৰক্ষীয়ে আনিছে এই ঘটনা সংক্ৰান্তত।

Byte: আৰক্ষী 

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Last Updated : Jun 29, 2019, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.