ETV Bharat / state

সাংবাদিক ধীৰু মনি গগৈৰ "নিষিদ্ধ যোদ্ধা, দ্য আনট'ল্ড ষ্ট'ৰীজ" উন্মোচন - আলফাৰ ২৮ নং বেটেলিয়ান

আলফাৰ ২৮ নং বেটেলিয়ানৰ সকলো জীৱন প্ৰণালী, সংগ্ৰামৰ নানা ঘটনা লৈ দীৰ্ঘ দিনৰে পৰা সামাজিক মাধ্যমত প্ৰচাৰ কৰা সকলো কাহিনীক গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে এই "নিষিদ্ধ যোদ্ধা ,দ্য আনট'ল্ড ষ্ট'ৰীজ" নামৰ এই গ্ৰন্থ খনত।

নিষিদ্ধ যোদ্ধা দ্য আনট ল্ড ষ্ট ৰীজ উন্মোচন
সাংবাদিক ধীৰু মনি গগৈৰ "নিষিদ্ধ যোদ্ধা, দ্য আনট'ল্ড ষ্ট'ৰীজ" উন্মোচন
author img

By

Published : Dec 11, 2020, 10:45 PM IST

Updated : Jun 28, 2022, 11:50 AM IST

মৰাণ,11 ডিচেম্বৰঃ আলফাৰ ২৮ নং বেটেলিয়ানৰ পটভূমিৰ ওপৰত লিখিত এখনি গ্ৰন্থ । য'ত আলফাৰ বেটেলিয়ানৰ ভিন্ন দিশৰ ঘটনা সন্নিবিষ্ট হৈ আছে । তেওঁলোকৰ জীৱন প্ৰণালী, সংগ্ৰামৰ নানা ঘটনা লৈ দীৰ্ঘ দিনৰে পৰা সামাজিক মাধ্যমত প্ৰচাৰ কৰা সকলো কাহিনীক গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে এই "নিষিদ্ধ যোদ্ধা ,দ্য আনট'ল্ড ষ্ট'ৰীজ" নামৰ এই গ্ৰন্থ খনত। এই গ্ৰন্থ খন প্ৰকাশৰ পূৰ্বে ইয়াৰ কাহিনী সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত সময়ত ভিন্ন জনে আদৰি লোৱা পৰিলক্ষিত হৈছিল ৷

শুকুৰবাৰে সাংবাদিক ধীৰু মনি গগৈয়ে ডিব্ৰুগড়ত সাংবাদিক সকলৰ লগত মিলিত হৈ এই গ্ৰন্থ খন উন্মোচন কৰে। এই গ্ৰন্থখনৰ জৰিয়তে সকলোৱে আলফাৰ ২৮ নং বেটেলিয়নৰ পটভূমি জানিব পাৰিব বুলি মন্তব্য আগবঢ়ায় সাংবাদিক ধীৰু মনি গগৈয়ে।

লগতে পঢ়কঃ CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

Last Updated : Jun 28, 2022, 11:50 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.