ETV Bharat / state

ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা মানি ১১ বজাত বন্ধ হ'ল মৰাণৰ দোকান-পোহাৰ - ক'ভিড

দেওবাৰে দিনৰ ১১ বজাৰ লগে লগেই মৰাণত বন্ধ কৰা হ’ল সকলো দোকান-পোহাৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠান । ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱলম্বন কৰি মৰাণৰ ব্যৱসায়ী সকলে প্ৰদৰ্শন কৰিলে সজাগতাৰ নিদৰ্শন ৷

new-sop-follows-at-moran
ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা মানি ১১ বজাত বন্ধ হ'ল মৰাণৰ দোকান-বজাৰ
author img

By

Published : May 16, 2021, 5:33 PM IST

মৰাণ, 16 মে’ : সমগ্ৰ ৰাজ্যৰ লগে লগে মৰাণতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । প্ৰায় প্ৰতিদিনেই ক'ভিডত আক্ৰান্ত হৈ দুই তিনিজনকৈ লোকৰ মৃত্যু হৈছে চহৰখনত । ফলত ক'ভিড প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন।

দেওবাৰে, ৰাজ্য চৰকাৰে দিয়া নতুন নিৰ্দেশনা অৱলম্বন কৰি ১১ বজাৰ লগে লগেই মৰাণৰ ব্যৱসায়ী সকলে বন্ধ কৰিলে সকলো দোকান-বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান ।

লগতে পঢ়ক : নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.