ETV Bharat / state

লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ

লেঙেৰীজান চাহ বাগানত নিৰ্মাণ হোৱা শ্ৰমিক সকলৰ গৃহ সমূহ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই ৷ পৰিদৰ্শন কালত তেওঁৰ সৈতে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী আৰু জয়পুৰৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে ৷

লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ
লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ
author img

By

Published : Feb 11, 2021, 6:49 PM IST

ডিব্ৰুগড়,11ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগানৰ শ্ৰমিক সকলৰ বাবে আৱাসিক কলনী নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । ইতিমধ্যে লেঙেৰীজান চাহ বাগানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পূৰ্ণ গতিত চলিছে চাহ বাগানৰ শ্ৰমিক সকলৰ আৱাসিক গৃহৰ নিৰ্মাণ কাৰ্যৰ কাম ।

লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ
লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ

বুধবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ জয়পুৰ উন্নয়ন খণ্ডৰ অধীনৰ লেঙেৰীজান চাহ বাগানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা আৱাসিক কলনীটো ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত তেওঁৰ সৈতে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী আৰু জয়পুৰৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে ৷ উল্লেখ্য যে এই আদৰ্শ আৱাসিক কলনীৰ অধীনত মুঠ ২৭ টা পিএমএওৱাইৰ অধীনত বাসগৃহৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

অন্য এক খবৰৰ বাবে: ষ্ট্ৰ’বেৰী খেতি হ’ব পাৰে স্বাৱলম্বনৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.