ETV Bharat / state

এনৰেগা আঁচনিৰ অধীনৰ কাম পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ

এনৰেগা আঁচনিৰ কাম পৰিদৰ্শন মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ৷ ৰাইজৰ অভিযোগৰ ভিত্তিতে আঁচনিৰ দ্বাৰা চলি থকা কাম পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে ৷

MLA Chakradhar Gogoi visited to see NREGA works
এনৰোগা আঁচনিৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
author img

By

Published : Jan 6, 2021, 10:12 PM IST

ডিব্ৰুগড়, 6 জানুৱাৰী : গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ ৰাইজৰ নিয়োগ নিশ্চিত কৰাৰ উদ্দেশ্যে এনৰেগা আঁচনি ৰূপায়ন কৰা হৈছে যদিও এই আঁচনিৰ ধন প্ৰকৃত ৰূপত কাৰ্যকৰী হোৱা নাই । গাঁও পঞ্চায়তৰ দ্বাৰা ৰূপায়ন হোৱা আচঁনিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজে অতীজৰে পৰাই কৰি আহিছে ।

MLA Chakradhar Gogoi visited to see NREGA works
এনৰোগা আঁচনিৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
MLA Chakradhar Gogoi visited to see NREGA works
এনৰোগা আঁচনিৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

মৰাণ বিধানসভা সমষ্টিটো এনৰেগা আচঁনি ৰূপায়ণত অনিয়ম, দুৰ্নীতি হোৱাৰ লগতে এই আঁচনিৰ দ্বাৰা কাম প্ৰকৃততে নহয় এনে ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছিল । এনে অভিযোগৰ পিচতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে পথালিবাম পঞ্চায়তত চলি থকা এনৰেগা আঁচনিৰ কাম পৰিদৰ্শন কৰে ।

লগতে পঢ়ক : লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত সংকটজনক অৱস্থাত গৰ্ভৱতী মহিলা

উক্ত অঞ্চলত উপস্থিত হৈ বিধায়ক গৰাকীয়ে কয় যে, প্ৰায়ে শুনো পঞ্চায়তৰ কৰবাত কাম ভাল হোৱা নাই, ভালকৈ নকৰে আদি অভিযোগ ৰাইজৰ পৰা পায়েই থাকো । কিন্তু মৰাণ সমষ্টিৰ সকলো পঞ্চায়তত প্ৰায় বিলাক এনৰেগাৰ কাম সূচাৰুৰূপে হৈছে ৷ বিসংগতি থকা কামসমূহ পঞ্চায়ত সমূহৰ সভাপতি আৰু সচিবক ঠিক কৰিবলৈ নিৰ্দেশ দিয়া বুলিও বিধায়কজনে কয় ।

বিধায়কজনে কাম পৰিদৰ্শন কৰাৰ সময়ত এনৰেগা আঁচনিৰ কাম কৰি থকা মহিলাসকলৰ লগতো মত বিনিময় কৰা পৰিলক্ষিত হয় । পৰিদৰ্শনৰ সময়ত বিধায়কৰ লগত উপস্থিত থাকে খোৱাং মণ্ডলৰ সভাপতি ক্ষীৰোদ দুৱৰা, সমাজ কৰ্মী লেনীন চাংমাই, পথালিবাম পঞ্চায়তৰ সভাপতি চুচেন ফুকনৰ লগতে স্থানীয় বহু কেইজন বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : বৰাকত এফালে অগপৰ বিশাল জনসভা, আনফালে অতুল বৰাৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.