ETV Bharat / state

দিহিং নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ - মৰাণ সমষ্টিৰ

অসম চৰকাৰে প্ৰায় ১২ কোটি টকা আৱণ্টনেৰে পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে দিহিং নদীৰ মথাউৰিৰ কাম ৷ মথাউৰিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছতেই মথাউৰিটো নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পৰিদৰ্শন কৰিলে দিহিং নদীৰ মথাউৰি নিৰ্মাণৰ কাম

author img

By

Published : Jan 17, 2021, 6:59 PM IST

ডিব্ৰুগড়, 17 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কোটোহা ভগামূৰৰ দিহিং নদীৰ মথাউৰিৰ কাম আৰম্ভ কৰা হৈছে ৷ ৰাইজে দীৰ্ঘ দিনৰ পৰা প্ৰতিবাদ আৰু আবেদন-নিবেদন কৰাৰ পাছতেই সোণোৱাল চৰকাৰে কোটোহাৰ পৰা ভগামূৰলৈ থকা দিহিং নদীৰ পুৰণি মথাউৰিটো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰায় ১২ কোটি টকা আৱণ্টনেৰে পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে দিহিং নদীৰ মথাউৰিৰ কাম ৷

মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পৰিদৰ্শন কৰিলে দিহিং নদীৰ মথাউৰি নিৰ্মাণৰ কাম
মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পৰিদৰ্শন কৰিলে দিহিং নদীৰ মথাউৰি নিৰ্মাণৰ কাম

কোটোহাৰ পৰা ভগামূৰলৈ প্ৰায় চাৰি কিলোমিটাৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছতেই মথাউৰিটো নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

উল্লেখ যে কোটোহাৰ পৰা ভগামূৰলৈ প্ৰায় চাৰি কিলোমিটাৰ দিহিং নদীৰ মথাউৰিটো নিৰ্মাণৰ বাবে অসম চৰকাৰে আৱণ্টন দিছে প্ৰায় ১২ কোটি টকা ৷

লগতে পঢ়ক : যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.