ETV Bharat / state

ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী অতুল বৰাই

author img

By

Published : Jun 5, 2021, 9:33 AM IST

অভিভাৱক মন্ত্ৰী অতুল বৰাই ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শনৰ সময়ত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ লগতে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

minister atul borah visited covid care center of jawahar navodaya vidyalaya
ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী অতুল বৰাই

মৰাণ,5 জুন: ডিব্ৰুগড় জিলাৰ দায়িত্ব লাভ কৰিছে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা (Atul Borah) ই । দায়িত্ব লাভ কৰাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰলৈ জিলাখন পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ কৃষিমন্ত্ৰী গৰাকীয়ে মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয় (Jawahar Navodaya vidyalaya moran) ত ক'ভিড ৰোগীৰ স্বাস্থ্যৰ বুজ লয় ৷ ইয়াৰ পাছতেই মন্ত্ৰী বৰাই সাংবাদিকক জিলাখনত ক'ভিড 19 (Covid 19) পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ স্বাস্থ্য বিভাগে দিয়া ক'ভিডৰ নীতি-নিৰ্দেশনা পালন কৰিব পাৰিলে ক'ভিড নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে ।

মন্ত্ৰী অতুল বৰাই ক'ভিড নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যমন্ত্ৰীকে ধৰি সকলো স্বাস্থ্য কৰ্মীয়ে দিনে-ৰাতিয়ে কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে । আনহাতে ভেকচিন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি ভেকচিন প্ৰদানৰ কেন্দ্ৰসমূহ বৃদ্ধি কৰা হ'ব । মন্ত্ৰী অতুল বৰাই ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শনৰ সময়ত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ লগতে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.