ETV Bharat / state

CAA বাতিলৰ দাবীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ 16 ঘন্টীয়া অনশন

author img

By

Published : Dec 11, 2020, 9:22 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ প্ৰতিবাদ ৷ জাতি ধ্বংসী নাগৰিকত্ব আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

massive-protest-in-dibrugrah-university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ 16 ঘন্টীয়া অনশন

ডিব্ৰুগড়, 11 ডিচেম্বৰ : ৰাজ্যত পুনৰ আৰম্ভ হ'ল নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবী । কৰ'ণা আতংকৰ বাবে 'কা' বিৰোধী আন্দোলন কিছু পৰিমানে স্তিমিত হৈছিল যদিও ৰাজ্যৰ বহু কেইটা জাতীয় সংগঠনে পুনৰ ৰাজ্যৰ বিভিন্ন ঠাইত আন্দোলন আৰম্ভ কৰিছে ৷

শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত 16 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ সন্মুখত আৰম্ভ হোৱা অনশন কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সকলে অংশগ্ৰহণ কৰে ৷ সকলোৱে জাতি ধ্বংসী আইনখনৰ বিৰোধিতা কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.