ETV Bharat / state

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Nov 13, 2020, 7:04 PM IST

চাৰিমাহৰ পৰা ব্যাহত হৈ থকা ৰাজ্যখনৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৰাজপথেৰে এক সমদল উলিয়াই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ।

margherita-ajycp-protest
মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা, 13 নৱেম্বৰ: চাৰিমাহৰ পৰা ব্যাহত হৈ থকা ৰাজ্যখনৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুৰ ৰাজপথেৰে এক সমদল উলিয়াই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰা তথা নবেম্বৰৰ পৰা প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও নৱেম্বৰৰ প্ৰথম সপ্তাহৰ সমাপ্তিৰ পাছতো উদ্যোগটোৰ উৎপাদন আৰম্ভ হোৱাৰ কোনো সম্ভাৱনীয়তাই পৰিলক্ষিত নোহোৱাত ক্ষুন্ন হৈ উঠিছে সংগঠনটোৱে । সংগঠনটোৱে অতিশীঘ্ৰে প্ৰতিষ্ঠানটো আৰম্ভ নহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক : পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.