ETV Bharat / state

স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰ বছৰীয়া সন্তানক

ডিব্ৰুগড় বৰবৰুৱাৰ মাহমাৰীত স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰবছৰীয়া সন্তানক

author img

By

Published : Aug 20, 2019, 1:33 PM IST

স্বামীয়ে জ্বলাই দিলে পত্নী সহ ডেৰ বছৰীয়া সন্তানক

ডিব্ৰুগড়, 20 আগষ্ট : ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ অন্তগৰ্ত 2নং মাহমাৰীত লোমহৰ্ষক ঘটনা ৷ এইবাৰ স্বামীয়ে জ্বলাই দিলে নিজ পত্নী সহ ডেৰবছৰীয়া সন্তানক ৷ নিজগৃহৰ চোতালতে কেৰাচিন ঢালি জ্বলাই হত্যা কৰিলে স্বামী ডিম্বেশ্বৰ মূড়াই পত্নী আৰতী মূড়া আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰক ৷ ছাই হৈ যোৱা অৱস্থাত আৰতী মূড়া আৰু ডেৰ বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ৷

Intro:
*ডিব্ৰুগড়ৰ বৰবৰুৱাত পুনৰ বিভৎস্য ঘটনা। এইবাৰ নিজ স্বামীয়ে জ্বলাই দিলে নিজ পত্নী সহ ডেৰবছৰীয়া সন্তানক।নিজগৃহৰ চোতালতে হত্যা কৰি জ্বলাই দিলে।ডিব্ৰুগড়ৰ বৰবৰুৱাৰ থানাৰ অন্তৰ্গত অতি ভিতৰুৱা মহমাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী ডিম্বেশ্বৰ মূড়াক।আৰতী মূড়া আৰু ডেৰ বছৰীয়া পুত্ৰৰ ছাই হৈ যোৱা মৃতদেহ উদ্ধাৰ আৰক্ষীৰ।*Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.