ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা - পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা

অসম চিকিৎসা মহাবিদ্যালয়ত(Assam Medical College) চাঞ্চল্যকৰ ঘটনা ৷ পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা ৷ লোকজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ।

Assam Medical College
অসম চিকিৎসা মহাবিদ্যালয়ত পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা
author img

By

Published : Aug 27, 2022, 3:27 PM IST

ডিব্ৰুগড়, 27 আগষ্ট: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত(Assam Medical College) সংঘটিত হৈছে এক শিঁহৰণকাৰী ঘটনা । পত্নীক হত্যা কৰি আত্মহত্যা কৰিলে এজন লোকে (Suicide at AMCH Dibrugarh)। চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক চাৰ্জাৰি বিভাগত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন ।

এটা হত্যাৰ গোচৰত অভিযুক্ত আছিল মৃত ৰঞ্জিত দাস । লোকজনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে । শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা । চাৰিজনকৈ আৰক্ষীয়ে পহৰা দি থকা অৱস্থাতে সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ।

লগতে পঢ়ক: হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.