ETV Bharat / state

মৰাণত ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন

মৰাণৰ শিঙিজান চাহ বাগিচাত পৰম্পৰা ৰক্ষা কৰি ফাকুৱাৰ লগত জড়িত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় ।‌ মৰাণৰ বহুকেইখন চাহ বাগিচাৰ লোকে আহি শিঙিজান চাহ বাগিচাত নৃত্য গীত কৰি ফাকুৱা উৎযাপন কৰে ।

holi-celebrate-at-moran
মৰাণত ৰঙৰ উৎসৱ ফাকুৱা উৎযাপন
author img

By

Published : Mar 29, 2021, 10:05 PM IST

মৰাণ, 29 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত সোমবাৰে মৰাণত হেঁপাহৰ ফাকুৱা উৎযাপন কৰা হয় । মৰাণৰ চৰহকে ধৰি চাহ বাগিচা এলেকাটোত ৰাইজে পুৱাৰ পৰাই ফাকুৱা খেলি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় । বিশেষকৈ মৰাণৰ শিঙিজান চাহ বাগিচাত পৰম্পৰা ৰক্ষা কৰি ফাকুৱাৰ লগত জড়িত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় ।‌ মৰাণৰ বহুকেইখন চাহ বাগিচাৰ লোকে আহি শিঙিজান চাহ বাগিচাত নৃত্য গীত কৰি ফাকুৱা উৎযাপন কৰে ।

লগতে পঢ়ক : 100 শতাংশ ভোটদানৰ লক্ষ্যৰে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.