ETV Bharat / state

জন্মদিনত প্ৰধানমন্ত্ৰীক হিমন্তৰ শুভকামনা

author img

By

Published : Sep 17, 2019, 1:24 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনত দেশবাসীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা। জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপন কৰি থকা সেৱা সপ্তাহ কাৰ্যসূচীৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰধানমন্ত্ৰীৰ জন্ম দিনত হিমন্তৰ দেশবাসীক শুভকামনা

ডিব্ৰুগড়, 17 চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 69 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত নিজ হাতেৰে জাবৰ উঠাই এক স্বচ্ছ ভাৰত কাৰ্যসূচীৰ যোগেদি শুভেচ্ছা বাৰ্তা হিমন্তৰ। লগতে নৰেন্দ্ৰ মোদীক দেশৰ সবাতোকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী বুলি কৈ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপন কৰি থকা সেৱা সপ্তাহ কাৰ্যসূচীৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰধানমন্ত্ৰীৰ জন্ম দিনত হিমন্তৰ দেশবাসীক শুভকামনা

উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে 14 চেপ্তেম্বৰৰ পৰা 20 চেপ্তেম্বৰলৈ পালন কৰিছে সেৱা সপ্তাহৰ৷

Intro:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনত দেশবাসীক শুভেচ্ছাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামণা।

এই দিনটোৰ লগত সংগতি ৰাখি
ডিব্ৰুগড়ত নিজ হাতেৰে জাবৰ উঠাই এক স্বচ্ছ ভাৰত কাৰ্যসূচীৰ যোগেদি শুভেচ্ছা বাৰ্তা হিমন্তৰ।লগতে
দেশৰ সবাতোকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰী বুলি কৈ মোডীৰ জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপন কৰি থকা সেৱা সপ্তাহ কাৰ্যসূচীৰ কথা উল্লেখ কৰে হিমন্তই ডিব্ৰুগড়ত।

Byte : হিমন্ত বিশ্ব শৰ্মা

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.