ডিব্ৰুগড়, 2 অক্টোবৰঃ নিজৰ যাদুকৰী কণ্ঠৰে দেশৰ কোটি কোটি শ্ৰোতা দর্শকক মোহাচ্ছন্ন কৰি বুধবাৰে জন্মভূমিত উপস্থিত শিশু শিল্পী হৰ্ষিত নাথ । মুম্বাইৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈয়ে ৰাজ্যবাসীৰ মৰম আৰ্শীবাদৰ বাবে ধন্যবাদ জনালে হৰ্ষিতে । শিৱসাগৰৰ ৮ বছৰীয়া শিশু হৰ্ষিত নাথে ছনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ছিংগাৰৰ জৰিয়তে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে দ্বিতীয় ৰাৰ্ণাচ আপ খিতাপ দশল কৰি দেশৰ অগণন লোকৰ মৰম বুটলি ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনে । আনহাতে, শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথে জিলাখনলৈ গৌৱৰ কঢ়িয়াই অনাৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সম্বৰ্ধনা জ্ঞাপন কৰে বহুসংখ্যক শুভাকাংশীয়ে । লগতে সমদলেৰে গৃহচহৰ শিৱসাগৰলৈ আদৰি নিয়ে শিশু শিল্পীগৰাকীক ।
SONY TVৰ ছুপাৰ ছিংগাৰত দ্বিতীয় ৰাৰ্ণাচ আপৰ খিতাপ লৈ মাতৃভূমি পালেহি হৰ্ষিত - হৰ্ষিত নাথ
শিৱসাগৰৰ ৮ বছৰীয়া শিশু হৰ্ষিত নাথে ছনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ছিংগাৰৰ জৰিয়তে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে দ্বিতীয় ৰাৰ্ণাচ আপৰ খিতাপ দখল কৰি দেশৰ অগণন লোকক মোহিত কৰি ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনিছে ৷
ডিব্ৰুগড়, 2 অক্টোবৰঃ নিজৰ যাদুকৰী কণ্ঠৰে দেশৰ কোটি কোটি শ্ৰোতা দর্শকক মোহাচ্ছন্ন কৰি বুধবাৰে জন্মভূমিত উপস্থিত শিশু শিল্পী হৰ্ষিত নাথ । মুম্বাইৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈয়ে ৰাজ্যবাসীৰ মৰম আৰ্শীবাদৰ বাবে ধন্যবাদ জনালে হৰ্ষিতে । শিৱসাগৰৰ ৮ বছৰীয়া শিশু হৰ্ষিত নাথে ছনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ছিংগাৰৰ জৰিয়তে ফাইনেলত প্ৰৱেশ কৰাৰ লগতে দ্বিতীয় ৰাৰ্ণাচ আপ খিতাপ দশল কৰি দেশৰ অগণন লোকৰ মৰম বুটলি ৰাজ্যবাসীলৈও গৌৰৱ কঢ়িয়াই আনে । আনহাতে, শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথে জিলাখনলৈ গৌৱৰ কঢ়িয়াই অনাৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সম্বৰ্ধনা জ্ঞাপন কৰে বহুসংখ্যক শুভাকাংশীয়ে । লগতে সমদলেৰে গৃহচহৰ শিৱসাগৰলৈ আদৰি নিয়ে শিশু শিল্পীগৰাকীক ।
নিজৰ যাদুকৰী কণ্ঠৰ অধিকাৰী হৰ্ষিত নাথে নিজৰ কণ্ঠৰে দেশৰ কোটি কোটি শ্ৰোতা দর্শকক মুহাৰ পাছত জন্মভূমিত প্ৰবেশ কৰিলেহি।মুম্বাইৰ পৰা পোনে পোনে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈয়ে ৰাজ্য বাসীৰ মৰম আৰ্শীবাদক স্মৰণ আৰু ধন্যবাদ জনালে হৰ্ষিতে। শিৱসাগৰৰ ৮ বছৰীয়া শিশু হৰ্ষিত নাথে ছনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ছিংগাৰৰ জৰিয়তে ফাইনেলত প্ৰবেশ কৰাৰ লগতে দ্বিতীয় ৰাৰ্ণাচ আপ খিতাপ দশল কৰি দেশৰ অগণন লোকক মুহিত কৰি ৰাজ্য বাসীলৈও গৌৰৱ কঢ়িয়াই আনিলে।শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথক আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিপুল সম্বৰ্ধনা জনায়।লগতে সমদলেৰে গৃহচহৰ শিৱসাগৰলৈ আদৰি নিয়ে।
ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈয়েই গালে ভূপেন হাজৰিকাৰ "চীৰ যুগমীয়া ঢৌ তুলি" গানটোৰ কলি।
কণমানি হৰ্ষিতে ৰাজ্যবাসীক আন্তৰিক ধন্যবাদ জনাই মুম্বাইৰ তাৰকা শিল্পী সকলৰ সান্নিধ্য কথাও সোৱৰালে।
Byte:-হৰ্ষিত নাথ।
Byte:-পিতৃ
Byte:-মাতৃBody:ঐConclusion:ঐ