ডিব্ৰুগড়, 11 আগষ্টঃ পলায়ন কৰিবলৈ চেষ্টা কৰা পত্নীক খেদি-খেদি হাবিৰ মাজতে উপৰ্যুপৰি ধৰ্ষণ কৰে তিনি পাষণ্ডই । অচেতন হৈ পৰা মহিলাগৰাকীয়ে মাজ নিশা প্ৰায় ২ বজাত স্থানীয় এঘৰত গৈ উপস্থিত হোৱাত পোহৰলৈ আহে এই ঘটনা ৷ চাওক এই বিশেষ প্ৰতিবেদন...
ডিব্ৰুগড়ত জঘন্য ঘটনাঃ স্বামীৰ সন্মুখতে ধৰ্ষণ পত্নীক - ডিব্ৰুগড় আৰক্ষী
ডিব্ৰুগড়ৰ ব'কপৰা ঘৰবন্দীচুকত সংঘটিত হৈছে জঘন্য ঘটনা ৷ বিশেষ ভাৱে সক্ষম স্বামীক বন্দী কৰি সংঘটিত কৰিলে ধৰ্ষণৰ ঘটনা ।
স্বামীৰ সন্মুখতে ধৰ্ষণৰ বলি পত্নী
ডিব্ৰুগড়, 11 আগষ্টঃ পলায়ন কৰিবলৈ চেষ্টা কৰা পত্নীক খেদি-খেদি হাবিৰ মাজতে উপৰ্যুপৰি ধৰ্ষণ কৰে তিনি পাষণ্ডই । অচেতন হৈ পৰা মহিলাগৰাকীয়ে মাজ নিশা প্ৰায় ২ বজাত স্থানীয় এঘৰত গৈ উপস্থিত হোৱাত পোহৰলৈ আহে এই ঘটনা ৷ চাওক এই বিশেষ প্ৰতিবেদন...
Intro:
*ডিব্ৰুগড়ত জঘন্য ঘটনা।নিজ স্বাৰ্মীৰ সন্মুখতে তিনিজনীয়া দলে ধৰ্ষণ কৰে অসহায় মহিলাক।ডিব্ৰুগড়ৰ ব'কপৰা ঘৰবন্দীচুকত সংঘটিত হৈছে এই জঘন্য ঘটনা।বিশেষ ভাৱে সক্ষম স্বাৰ্মীক এজনে বন্দী কৰি সংঘটিত কৰে এই ঘটনা।দৌৰি পলায়ন কৰিছিল মহিলা গৰাকী।খেদি খেদি হাবিৰ মাজতে উপয্যুপৰি ধৰ্ষণ মহিলা গৰাকীক।ধৰ্ষণ কৰি সম্পূৰ্ণ উলংগ কৰি পেলাই যোৱা মহিলা গৰাকীৰ জ্ঞান ঘুৰাই পোৱাত মাজ নিশা প্ৰায় ২ বজাত স্হানীয় এঘৰত গৈ উপস্থিত হয় অসহায় মহিলা গৰাকী।তিনিজনীয়া দলটো আহিছিল মটৰ চাইকেলেৰে।নিশা পানী বিচৰাৰ চলেৰে সোমাইছিল পৰিয়াল টোৰ গৃহত।পানী দিবলৈ অমান্তি হোৱাত গুলীয়াই দিয়াৰ ভাবুকি দিছিল।অৱশেষত দোৱাৰ নোখুলাকৈয়ে পানী উলিয়াই দিছিল যদিও তিনিজনীয়া দলটোৱে দোৱাৰ ভাঙি প্ৰবেশ কৰিছিল ভিতৰত।ভিতৰত প্ৰবেশ কৰিয়েই শাৰীৰিক ভাবে অক্ষম স্বামীক বাহিৰলৈ উলিয়াই এজনে আবদ্ধ কৰিছিল।পত্নীক ধৰ্ষণৰ অপচেষ্টা কৰোঁতে বাহিৰলৈ উলাই দৌৰিছিল যদিও সকলো চেষ্টা ব্যৰ্থ হ'ল।তানি-আজোৰি উলংগ কৰি জংঘলৰ মাজতে কু-কাৰ্য সংঘটিত কৰে তিনি পাষণ্ডই।উপায়ান্তৰ হৈ স্বাৰ্মীয়ে চুবুৰীয়াৰ ঘৰত ঘটনা সন্দৰ্ভত অৱগত কৰে।নিশা প্ৰায় ২ বজাত উলংগ অৱস্থাত নিজৰ প্ৰাণ লৈ মহিলা গৰাকী উলাই গৈ চবুৰীয়াৰ ঘৰত।ইফালে মটৰ চাইকেলত অহা তিনিজনীয়া দলটো পলায়ন কৰে যদিও অবশেষত আজি ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।দলটো ডিব্ৰুগড়ৰ লাহোৱাল হাটখোলা গাৱঁৰ
ভবকন কোঁৱৰ ওৰফে বিক্কী
তিষ্ঠি শৰ্মা ওৰফে পাপু আৰু ভাস্কৰ গোহাঁই বুলি চিনাক্ত কৰিছে।
Byte:ডিব্ৰুগড় আৰক্ষী
ঘটনা সংঘটিত হোৱা সময়ত দুই পুত্ৰ আৰু একমাত্ৰ কন্যা ঘৰত নাছিল।জঘন্য ঘটনাৰ পাছতে স্থানীয়ৰ মাজত প্ৰতিবাদ দেখা যায় আৰু দুখীক কঠোৰ শাস্তি তথা ফাঁচীৰ দাবী কৰিছে।
Byte:-ধৰ্ষণৰ বলি হোৱা মহিলা।
Byte:-স্বাৰ্মী
Byte:-স্থানীয় মহিলা সমিতি
Byte:-স্থানীয় লোক।
গৃহ মন্ত্ৰীৰ দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰী সোনোৱালৰ বাসগৃহৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বতে সংঘটিত হোৱা এই জঘন্য ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে মুখ্যমন্ত্ৰী গৃহনগৰীতে ঘৰৰ ভিতৰতো জনসাধাৰণৰ নিৰাপত্তা নথকাৰ বিষয়টো উদঙাই দিলে।
আনহাতে ডিব্ৰুগড়ৰ পাঁচ আলিত সংঘটিত আন এক অনুৰূপ ঘটনা ৰ লগত জড়িত এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do

Last Updated : Aug 12, 2019, 12:22 PM IST