ETV Bharat / state

ব্ৰেড আৰু কণীত বিষক্ৰিয়া হৈ হাস্পতালত ভৰ্ত্তি স্কুলীয়া ছাত্ৰী - ধেমাজি

বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰ্তমান আই চি ইউ ত চিকিৎসাধীন হৈ থকাসকলৰ অৱস্থা সংকট জনক বুলি জানিবলৈ দিয়ে চিকিৎসকে

ব্ৰেড আৰু কণীত বিষক্ৰিয়া হৈ হাস্পতালত ভৰ্ত্তি স্কুলীয়া ছাত্ৰী
author img

By

Published : Mar 13, 2019, 3:54 AM IST

ডিব্ৰুগড়,12 মাৰ্চ :চুলাই মদ,কাঠফুলাৰ পাচত এইবাৰ ব্ৰেড আৰু কণীত বিষক্ৰিয়া । আক্ৰান্ত হৈছে ইজনৰ পাচত সিজনকৈ বহুকেইজন ছাত্ৰ-ছাত্ৰী । ধেমাজিৰ চিমেনচাপৰিত সংঘটিত এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । উল্লেখ্য যে,ধেমাজি চিমেনচাপৰি চানজাৰি নগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ইউনাইটেডবড়ো পিপলচ অৰগেনাইজেশ্বন (United's Bodo people's organization) ৰ পঞ্চম বাৰ্ষিক অধিৱেশন ।মঙলবাৰেদ্বিতীয় দিনাৰ অনুষ্ঠানত ব্ৰেড আৰু কণী খোৱাৰ পাচৰে পৰা বমি,পায়খানা,পেটৰ বিষ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত বৰ্তমান দহগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ উপৰিও বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰ্তমান আই চি ইউ ত চিকিৎসাধীন হৈ থকাসকলৰ অৱস্থা সংকট জনক বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷ আক্ৰান্ত সকল ক্ৰমে নৱম শ্ৰেণীৰ জুমি নাৰ্জাৰী (14), মিতালী স্বৰ্গীয়াৰী (14),প্ৰীতি বসুমতাৰী,ৰিতুমনী নাৰ্জাৰী, অঞ্জলী বসুমতাৰী, মণিকা দৈমাৰী,অঞ্জলী বড়ো,ৰংজুলী স্বৰ্গীয়াৰী, বিজু গীয়াৰী,উষাৰাণী বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

Dib_12mrch_812to815_Bodo_festival_food_poisson_jesim

 Two  Visual and two image on ftp

চুলাই মদ,কাঠফুলাৰ পাছত এইবাৰ ব্ৰেড আৰু কণী খাই বিষক্ৰীড়া।ধেমাজি চিমেনচাপৰিত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।আক্ৰান্ত হৈছে ইজনৰ ফিছত সিজন ছাত্ৰী।
ধেমাজি চিমেনচাপৰি চানজাৰি নগৰত তিনিদিনীয়াকৈ
United's Bodo people's organization ৰ পঞ্চম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছিল।আজি দ্বিতীয় দিনা কাৰ্যসূচী আছিল।অধিবেশনত ব্ৰেড আৰু কণী খোৱাৰ পাছৰে পৰা বমী,পায়খানা,পেটবিষ আদি ৰোগত ভুগিবলৈ আৰম্ভ কৰে ছাত্র ছাত্ৰী সকল।এটা এটা কৈ আক্ৰান্ত হোৱা পাছতে ধেমাজিত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত উন্নত চিকিৎসা বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰে ডিব্ৰুগড় সঞ্জীৱনী হাস্পটালত বৰ্তমান দহ গৰাকী চিকিৎসাধীন হৈ আছে।আৰু কেইবাজনকো আনি থকা বুলি জানিবপৰাগৈছে।বৰ্তমান আই চি ইউ ত চিকিৎসাধীন হৈ থকা বিষক্ৰীড়াত আক্ৰান্ত সকলৰ অৱস্থা সংকট জনক বুলি চিকিৎসকে জনাইছে।

আক্ৰান্ত সকল হৈছে ক্ৰমে জুমি নাৰ্জাৰী (১৪)
মিতালী স্বৰ্গীয়াৰী(১৪)
প্ৰীতি বসুমতাৰী,ৰিতুমনী নাৰ্জাৰী, অঞ্জলী বসুমতাৰী, মণিকা দৈমাৰী,অঞ্জলী বড়ো,ৰংজুলী স্বৰ্গীয়াৰী, বিজু গীয়াৰী,উষাৰাণী বসুমতাৰী, আটাইকেইগৰাকী নৱম শ্ৰেণীৰ বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.