ETV Bharat / state

Eid celebration at Dibrugarh: ডিব্ৰুগড়ত ঈদৰ সমূহীয়া নামাজ - Eid al Adha

আজি ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পালন কৰা হয় ঈদ-উল-আজহা (Eid celebration at Dibrugarh)। ঈদৰ সমূহীয়া নামাজত ভাগ ললে হাজাৰ হাজাৰ ভক্তই।

Eid celebration at Dibrugarh
ডিব্ৰুগড়ত ঈদৰ সমূহীয়া নামাজ
author img

By

Published : Jul 10, 2022, 2:22 PM IST

মৰাণ,১০ জুলাই: দেওবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ অন্যতম হ’ল ঈদ-উল-আজহা । দেওবাৰে ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পালন কৰা হয় ঈদ-উল-আজহা(Eid celebration at Dibrugarh)। ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পাছত ৰাজ্য়ৰ আন জিলাৰ লগতে িব্ৰুগড়ত দেখা গ'ল ঈদৰ আনন্দ। ডিব্ৰুগড় চহৰ খনৰ গ্ৰেহেম বজাৰ আৰু আমোলাপট্টিৰ বৃহৎ দুখন ঈদগাহৰ লগতে কাষৰীয়া ঈদগাহ সমূহতো ঈদ উজ জোহাৰ সমুহীয়া নামাজ সম্পন্ন কৰে ।

ডিব্ৰুগড়ত ঈদৰ সমূহীয়া নামাজ

প্ৰায় কুৰিটাৰো অধিক ডিব্ৰুগড় চহৰৰ মছজিদত বৰ্তমানলৈকে শান্তিপুৰ্ণ ভাৱে ঈদ পালনৰ মুহুৰ্ত পাৰ বুলি জানিব পৰা গৈছে । ত্যাগ, মহানতা আৰু ভ্ৰাতৃত্ববোধৰ তাৎপৰ্য্য বহন কৰা ঈদ উজ জোহাক লৈ অনেক পৌৰাণিক ইতিহাস চৰ্চিত হৈ অহা ডিব্ৰুগড়ত ঈদৰ সমূহীয়া নামাজত ভাগ ল'লে হাজাৰ হাজাৰ ভক্তই ।

লগতে পঢ়ক:যোৰহাটত ঈদ-উল-জুহা উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.