ETV Bharat / state

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 8, 2019, 9:10 PM IST

সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ১১-৪৫ বজাতে বাগডোগ্ৰা হৈ নতুন দিল্লীলৈ যাত্ৰা কৰিবলগীয়া "Vistara" বিমানৰ যাত্ৰা বাতিল কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 8 জুলাইঃ "Vistara" বিমানৰ যাত্ৰা হঠাৎ বাতিল কৰাত ডেৰ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি । বিমান খন ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ১১-৪৫ বজাতে যাত্ৰা কৰাৰ কথা আছিল যদিও পুৱাৰে পৰা যাত্ৰীসকল ৰৈ থকাৰ পিচতো দুপৰীয়া পৰ্যন্ত উপস্থিত নহ'লহি বিমানখন ৷

যাৰবাবে অৱশেষত আবেলিলৈ Vistara কৰ্ত্তৃপক্ষই যাত্ৰা বাতিল কৰাত অপেক্ষাৰত যাত্ৰীসকলৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বিমানবন্দৰত । ইয়াৰ পিচতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ উল্লেখ্য যে প্ৰায় ডেৰশতাধিক যাত্ৰী ৰৈ আছিল বিমানখনত যাত্ৰা কৰিবৰ বাবে ৷

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি

ইফালে যান্ত্ৰিক বিজুতিৰ বাবেই বাগডোগ্ৰাৰ পৰা বিমান খন ডিব্ৰুগড় অভিমুখে আহিব নোৱাৰিলে বুলি জানিব পৰা গৈছে ৷ লক্ষণীয় বিষয় এয়ে যে যাত্ৰী সকলৰ মাজত কেইবাগৰাকীও ৰোগীও আছিল । পুৱাৰে পৰা যাত্ৰাৰ বাবে অধীৰ অপেক্ষাত ৰৈ থকা যাত্ৰী সকলক Vistara কৰ্তৃপক্ষই কোনো সুদুত্তৰ দিয়াৰ পৰা বিৰত থাকে। যাৰবাবে যাত্ৰীসকল নিজ নিজ গন্তব্যস্থানলৈ যাত্রা কৰিব নোৱাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

Intro:ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত পুনৰ উতপ্ত পৰিস্থিতি। "Vistara" বিমানৰ যাত্ৰা হঠাৎ বাতিল কৰাত ডেৰ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।Body:Dib_804o806_Airport_Vistara_7023913

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত পুনৰ উতপ্ত পৰিস্থিতি। "Vistara" বিমানৰ যাত্ৰা হঠাৎ বাতিল কৰাত ডেৰ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।

UK 726 Vistara বিমান খন ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ১১- ৪৫ বজাতে বাগদ্ৰগা হৈ নতুন দিল্লীলৈ যাত্ৰাৰ সময় আছিল। পুৱাৰে পৰা যাত্ৰীসকল যাত্ৰাৰ বাবে ৰৈ আছিল যদিও দুপৰীয়া পৰ্যন্ত উপস্থিত নহলহি বিমানখন।
অৱশেষত আবেলিলৈ Vistara কৰ্ত্তৃপক্ষই যাত্ৰা বাতিল কৰাত অপেক্ষাত ৰৈ থকা যাত্ৰী সকলৰ মাজত উতপ্ত পৰিস্থিতি সৃষ্টি বিমানবন্দৰত।যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা।প্ৰায় ডেৰশতাধিক যাত্ৰী যাত্ৰাৰ বাবে আছিল।জানিব পৰা মতে যান্ত্ৰিক তথা কিছু কাৰিকৰী বিজুতীৰ বাবেই বাগদ্ৰগাৰ পৰাই বিমান খন ডিব্ৰুগড় অভিমুখে নাহিল।
যাত্ৰী সকলৰ মাজত কেইবাগৰাকীও ৰোগীও আছিল। পুৱাৰে পৰা যাত্ৰাৰ বাবে অধীৰ অপেক্ষাত ৰৈ থকা যাত্ৰী সকলক Vistara কৰ্ত্তৃপক্ষই কোনো সদোত্তৰ দিয়াৰ পৰা বিৰত থাকে।নিজ নিজ গন্তব্যস্থানলৈ যাত্রা কৰিব নোৱাৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও কৰ্ত্তৃপক্ষই যাত্ৰীক বিষয়টো সন্দৰ্ভত মিমাংসা কৰাৰ বিপৰীতে পলায়নহে কৰে।ফলত ব্যাপক সমস্যাৰ সন্মুখীন হব লগা হয় যাত্ৰী তথা ৰোগী সকল।

Byte:- Continue 3Byte

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত Spicejet বিমান খনে হঠাৎ যাত্ৰা বাতিল কৰা সময়ত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.