ETV Bharat / state

ডিব্ৰুগড় চহৰত অগ্নিকাণ্ড :জুই নুমুৱাত ব্যৰ্থ অগ্নিনিবাপক বাহিনী - ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত ভয়ংকৰ ৰূপ ধাৰণ কৰা এক অগ্নিকাণ্ড

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ জুই নুমুৱাত ব্যৰ্থ অগ্নিনিবাপক বাহিনী ৷ জে চি বি গাড়ীৰে মাটি-বালি দি স্থানীয় ৰাইজৰ সহযোগত নুমুৱালে জুই ৷

Dibrugarh Town massive fire incident
ডিব্ৰুগড় চহৰত অগ্নিকাণ্ড : ব্যৰ্থ অগ্নিনিবাপক বাহিনী
author img

By

Published : Jan 25, 2020, 8:04 PM IST

ডিব্ৰুগড়,25 জানুৱাৰী: ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ড হোৱা স্থলীত উপস্থিত হ'ল কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ পানী ভৰ্তি বাহন । কিন্তু কেইবাখনো গাড়ীৰে পানী মাৰিও নিৰ্বাপন কৰিব নোৱাৰিলে জুই । অৱশেষত জে চি বিৰ সহায়ত মাটি-বালি দিহে স্থানীয় ৰাইজৰ সহযোগিতাত নুমুৱালে জুই । দুৰ্যোগ ব্যৱস্থাপনাৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো কিন্তু নিৰ্বিকাৰ অগ্নি নিৰ্বাপক বিভাগ । তাৰ বিপৰীতে দেখা গ'ল মুখ্যমন্ত্ৰী গৃহ চহৰত জুই নুমুৱাৰ এনে নতুন কৌশলহে ।

ডিব্ৰুগড় চহৰত অগ্নিকাণ্ড : ব্যৰ্থ অগ্নিনিবাপক বাহিনী

ডিব্ৰুগড় চহৰৰ সন্তোষী-মা পথত শনিবাৰে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । স্থানীয়ৰ অভিযোগ যে পথ নিৰ্মাণৰ নামত বিসংগতিপূৰ্ণভাৱে পথৰ তলৰ গেছ পাইপ লাইন জে চি বিৰে পুৱা খান্দি হেলাৰঙে উন্মুক্ত গেছ প্ৰবাহিত পাইপ এৰি যোৱা হৈছিল । ইয়াৰ পৰাই সন্ধিয়া হয় অগ্নিকাণ্ডৰ সূত্ৰপাত । জনবসতি প্ৰধান অঞ্চলটোৰ পথৰ কাষত নলা খান্দোতে ফাটি যায় পাইপ গেছ । নিমিষতে ভয়াবহ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই । নলাৰে পাইপেৰে প্ৰৱাহিত হৈ জুই বহু দূৰলৈ বিয়পি পৰে ৷ কোনো মতে ৰক্ষা বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহৰ । জুই নুমুৱাত বিফল অগ্নিনিৰ্বাপক বাহিনী । অৱশেষত সমীপতে থকা কেইবাখনো জেছিবিয়েহে নিৰ্বাপিত কৰে অগ্নি । ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া,ক্ষোভ আৰু আতংক । ডিব্ৰুগড় নগৰত পূৰ্বে অগ্নি কাণ্ডৰ ফলত শিশু সহ চাৰিজনকৈ লোকৰ কৰুণ মৃত্যুৰ পাছতো ডিব্ৰুগড়ৰত উন্নত নহ'ল অগ্নি নিৰ্বাপক বাহিনীৰ পদ্ধতি ।

লগতে পঢ়ক:চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

Intro:Slug:-Dib Massive fire
ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত ভংয়ঙ্কৰ ৰূপ ধাৰণ কৰা এক অগ্নিকাণ্ড।
হৰন, চাইৰেণ বজাই আহিল কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ পানী ভৰ্তি বাহন
। কিন্তু কেইবাখনো গাড়ীৰে পানী মাৰিও নোৱাৰিলে অগ্নি নিৰ্বাপিত কৰিবলৈ।অৱশেষত জে চি বিয়ে মাটি-বালি দিহে স্থানীয় ৰাইজৰ সহযোগিতাত নোমোৱালে জুই।দুৰ্য্যোগ ব্যৱস্থাপনাৰ নামত কোটি কোটি টকা খৰছ কৰাৰ পাছতো কিন্তু নিৰ্বিকাৰ অগ্নি নিৰ্বাপক বিভাগ।তাৰ বিপৰীতে দেখা গ'ল মুখ্যমন্ত্ৰী গৃহচহৰত জুই নোমোৱাৰ এনে নতুন কৌশলহে।
ডিব্ৰুগড় চহৰৰ সন্তোষী-মা পথত এই ভয়ংকৰ অগ্নিকাণ্ড।ইফালে স্থানীয়ৰ অভিযোগ পথ নিৰ্মাণৰ নামত বিসংগতিপূৰ্ণভাৱে পথৰ তলৰ গেছ পাইপ লাইন জে চি বিৰে পুৱা খান্দি হেলাৰঙে উন্মুক্ত গেছ প্ৰবাহিত পাইপ এৰি যোৱা হৈছিল। ইয়াৰ পৰাই গধূলী হয় অগ্নিকাণ্ডৰ সুত্ৰপাত।জনবসতি প্ৰধান অঞ্চল টোৰ পথৰ কাষত নলা খান্দোতে ফাটি যায় পাইপ গেছ।নিমিষতে ভয়াবহ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডাই।কোনো মতে ৰক্ষা বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহৰ।কিন্তু বিফল অগ্নিনিৰ্বাপক বাহিনী।অৱশেষত সমীপতে থকা কেইবাখনো জেছিবিয়েহে নিৰ্বাপিত কৰে অগ্নি।ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া,ক্ষোভ আৰু আতংক
।নলাৰে পাইপেৰে প্ৰৱাহিত হৈ জুই বহু দূৰলৈ বিয়পি পৰে।ডিব্ৰুগড় নগৰত পূৰ্বে অগ্নি কাণ্ডৰ ফলত শিশু সহ চাৰিজন কৈলোকৰ কৰুণ মৃত্যু পাছতো ডিব্ৰুগড়ৰত উন্নত নহল অগ্নি নিৰ্বাপক বাহিনীৰ পদ্ধতি।

Byte:-স্থানীয় ৰাইজ
ContinueBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.