ETV Bharat / state

ডিব্ৰুগড় 248 জন যাত্ৰীলৈ উপস্থিত বিশেষ শ্ৰমিক ৰে'ল সেৱা - lock down

দেওবাৰে 248 জন যাত্ৰী লৈ ডিব্ৰুগড়ত উপস্থিত হয় বিশেষ শ্ৰমিক ৰে'ল সেৱা । এই যাত্ৰীসকলৰ ভিতৰত 2 জন যাত্ৰী অত্যাধিক জ্বৰত আক্ৰান্ত বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।

ডিব্ৰুগড়
ডিব্ৰুগড় 248 জন যাত্ৰীলৈ উপস্থিত বিশেষ শ্ৰমিক ৰে'ল সেৱা
author img

By

Published : May 17, 2020, 11:22 PM IST

ডিব্ৰুগড়, ১৭ মে': ডিব্ৰুগড়ত দেওবাৰে উপস্থিত হয় বিশেষ শ্ৰমিক ৰে'ল সেৱা । মুঠ 248 জন যাত্ৰী লৈ ডিব্ৰুগড়ত উপস্থিত হয় ৰে'লখন । যাত্ৰী সকলৰ ভিতৰত 12 জন যাত্ৰী অত্যাধিক জ্বৰত আক্ৰান্ত । জ্বৰত আক্ৰান্ত 12 জনকে চিকিৎসাৰ বাবে জকাই হাস্পতালৰ কোৱাৰেন্টাইন কেম্পলৈ লৈ যোৱা হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে ।

ডিব্ৰুগড়
ডিব্ৰুগড় 248 জন যাত্ৰীলৈ উপস্থিত বিশেষ শ্ৰমিক ৰে'ল সেৱা

আনহাতে, ৰে'লখনত অহা শ্ৰমিক সকলৰ ভিতৰত ডিব্ৰুগড়ৰ ৬ জন,ধেমাজিৰ ১ জন, তিনিচুকীয়াৰ ৪ জন,মাজুলীৰ ১ জন যাত্ৰীৰ অত্যাধিক জ্বৰ কাহত আক্ৰান্ত বুলি জানিবলৈ দিয়ে । শ্ৰমিক ৰে'লৰ পৰা নমাৰ মুহূৰ্তত স্কেনিং কৰাৰ সময়ত ধৰা পৰে এই তথ্য ।

আনহাতে, আন কেইখন ৰে'লৰ দৰেই যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰি নিজ নিজ জিলাৰ পৰা অহা বিভাগীয় কৰ্তৃপক্ষই যাত্ৰী সকলক লৈ যোৱাৰ লগতে নিজ নিজ স্থানত ১৪ দিন কোৱাৰেন্টাইন থকাৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়লৈ দেওবাৰে পুৱাৰ ভাগত আহিছিল চতুৰ্থ খন বিশেষ ৰাজধানী ৰে'ল । উক্ত ৰে'লখনত আছিল 207 জন যাত্ৰী । যাত্ৰী সকলৰ মাজত দুজনৰ অত্যাধিক জ্বৰ হোৱাত জকাই হাস্পতালৰ কোৱাৰেন্টাইন কেম্পত ভৰ্তী কৰা হয়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.