ETV Bharat / state

ৰেডিঅ' চেন্টাৰ বন্ধৰ বিৰুদ্ধে আছু প্ৰতিবাদ

author img

By

Published : Dec 15, 2020, 9:12 PM IST

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মঙলবাৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতত্বত শ্ৰোুতা, সচেতন নাগৰিকৰ আৰু বিভিন্ন দল সংগঠনে ।

ৰেডিঅ' চেন্টাৰ বন্ধৰ বিৰুদ্ধে আছু প্ৰতিবাদ
ৰেডিঅ' চেন্টাৰ বন্ধৰ বিৰুদ্ধে আছু প্ৰতিবাদ

ডিব্ৰুগড়,15 ডিচেম্বৰঃ বিলুপ্ত হোৱাৰ পথত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ । আছুৰ নেতৃত্বত, শ্ৰোুতা, শিল্পী, সাংস্কৃতিক কৰ্মী, ভিন্ন দল সংগঠনৰ বিক্ষোভ অনাতাঁৰ কেন্দ্ৰৰ সন্মুখত । কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশৰ পাছতে এতিয়া সকলোৱে মাজত তীব্ৰ চাঞ্চাল্য সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰি মঙলবাৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতত্বত শ্ৰোুতা, সচেতন নাগৰিকৰ আৰু বিভিন্ন দল সংগঠনৰ ।

ইপিনে মঙলবাৰে প্ৰবল গণ বিক্ষোভৰ কাৰ্যই কঁপাই তোলে ডিব্ৰুগড় প্ৰসাৰ ভাৰতী চৌহদ । পথ অৱৰোধ, বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী । উজনি অসম, উত্তৰ অসমৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লক্ষ লক্ষ জনতাৰ আপোন কেন্দ্ৰটো কোনো কাৰণতে বন্ধ হ’বলৈ দিয়া নহ’ব বুলি তীব্ৰ সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।

উল্লেখযোগ্য যে, অসমৰ সমাজ সংস্কৃতি, স্বাস্থ্য, শিক্ষা, কৃষি আদি ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত প্ৰসাৰ ভাৰতীৰ শেহতীয়া নিৰ্দেশত আকাশবাণী ডিব্ৰুগড় নিজাববীয়াকৈ অনুষ্ঠান প্ৰচাৰ কৰিব নোৱাৰিব তাৰ পৰিৱৰ্তে দিল্লী বা আন কেন্দ্ৰৰ অনুষ্ঠানহে ৰীলে কৰিব পাৰিব ।

লগতে পঢ়কঃ 22 ডিচেম্বৰৰ পৰা SFI ৰ ৰাজ্যজুৰি ছাত্ৰ যুৱ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.