ETV Bharat / state

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ - বকুল চাহ বাগিচা

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত থাইলেণ্ডৰ বৈদেশিক সচিব,ৰাষ্ট্ৰদূতসহ ৰাজ প্ৰতিনিধিৰ দল ৷ মন্দিৰ পৰিচালনা সমিতিয়ে থাই ৰাষ্ট্ৰদূতসহ প্ৰতিনিধিবৰ্গক পৰম্পৰাগতভাৱে আদৰণি জনায় ৷

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ
author img

By

Published : Oct 26, 2019, 11:17 PM IST

ডিব্ৰুগড়, 26 অক্টোবৰঃ ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত থাইলেণ্ডৰ বৈদেশিক সচিব,ৰাষ্ট্ৰদূতসহ ৰাজ প্ৰতিনিধিৰ দল ৷ থাইলেণ্ডৰ বৈদেশিক সচিব জেচদা কাটাভেটিনৰ নেতৃত্বত অহা 20 জনীয়া ৰাজপৰিয়ালৰ দলটোৱে খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে ৷ মন্দিৰ পৰিচালনা সমিতিয়ে থাই ৰাষ্ট্ৰদূতসহ প্ৰতিনিধিবৰ্গক পৰম্পৰাগতভাৱে আদৰণি জনায় ৷ ইয়াৰপূৰ্বে থাইলেণ্ডৰ দলটোৱে যোৱা শুকুৰবাৰে চৰাইদেউ,লাকুৱা,শিৱসাগৰ আদিত আহোম ৰাজত্বৰ ঐতিহাসিক কীৰ্তিচিহ্ন আদি পৰিভ্ৰমণ কৰে ৷ আনহাতে শেষত ডিব্ৰুগড়ৰ বকুল চাহ বাগিচা পৰিদৰ্শন কৰি পুনৰ থাইলেণ্ড অভিমুখে ঘুৰি যায় দলটো।

ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰ দৰ্শন থাইলেণ্ডৰ বৈদেশিক সচিবসহ প্ৰতিনিধিবৰ্গৰ

আৰু পঢ়কঃ ভাৰত,চীনক ভিছামুক্ত ঘোষণা ব্ৰাজিলৰ

Intro:: ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত থাইলেণ্ডৰ বৈদেশিক সচিব, ৰাষ্ট্ৰদূতসহ ৰাজ প্ৰতিনিধিৰ দল ৷  থাইলেণ্ডৰ বৈদেশিক সচিব জেচদা কাটাভেটিনৰ নেতৃত্বত অহা ২০ জনীয়া থাইলেণ্ডৰ ৰাজ পৰিয়ালৰ এটা দলটোৱে মন্দিৰত সেৱা আগবঢ়ায় । জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়ে থাইলেণ্ড ৰজাৰ প্ৰতিনিধি, থাই ৰাষ্ট্ৰদূত প্ৰতিনিধিবৰ্গক পৰম্পৰাগত ভাবে আদৰণি জনায় ৷ আনহাতে থাইলেণ্ডৰ দলটোৱে মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে। প্ৰতিকুল বতৰকো নেওচি এইদৰে নিৰাপত্তা বেষ্টনীৰ মাজত জগন্নাথ মন্দিৰ দৰ্শন কৰে দলটোৱে।বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হোৱা থ্ৰাইলেণ্ডৰ দলটোৱে শুক্ৰবাৰে চৰাইদেউ, লাকুৱা,শিৱসাগৰ আদিত আহোম ৰাজত্বৰ ঐতিহাসিক কৃত্তিচিহ্ন আদি পৰিভ্ৰমণ কৰি শনিবাৰে পুৰীৰ জগন্নাথ মন্দিৰ আৰ্হিত নিৰ্মিত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত সেৱা লয়।আনহাতে ইয়াৰ পাছতে ডিব্ৰুগড়ৰ বকুল চাহ বাগিচা পৰিদৰ্শন কৰি পুনৰ থ্ৰাইলেণ্ডৰ অভিমুখে ঘুৰি যায় দলটো।আজি মন্দিৰ প্ৰাংগণত উপস্থিত হোৱা বহি ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোক আদৰণি জনাই মন্দিৰ পৰিচালনা সমিতিয়ে।
Byte - Commitee
-----------------------------------
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.