মৰাণ,12 মে’: ক'ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাখনৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা অঞ্চল বা ঠাইসমূহত বসবাস কৰা লোকসকলৰ সুবিধা হোৱাকৈ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানীসকলৰ সহায়ত খাদ্য সুৰক্ষা আইন ২০১৩ অধীনত আৱণ্টিত চাউল হিতাধিকাৰীসকলৰ ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে ।
![কন্টেইনমেন্ট জ’নত খাদ্য সামগ্ৰী যোগান ডিব্ৰুগড় জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8033to8036-dibrugarhdistrictadministrationsupplyfoodatcontainmentzoneareas-as10031_12052021161023_1205f_1620816023_486.jpg)
ইপিনে জিলা প্ৰশাসনৰ ফালৰ পৰা এই দিশত কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে সমবায় সমিতি তথা সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্টসকলক নিৰ্দেশ প্ৰদান কৰিছে ৷
![কন্টেইনমেন্ট জ’নত খাদ্য সামগ্ৰী যোগান ডিব্ৰুগড় জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8033to8036-dibrugarhdistrictadministrationsupplyfoodatcontainmentzoneareas-as10031_12052021161023_1205f_1620816023_196.jpg)
লগতে পঢ়কঃ বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম