ETV Bharat / state

ডিব্ৰুগড়ত ক'ভিড সন্ত্ৰাস: মৃত্যু হোৱা লোকৰ সংখ্যা 72 লৈ বৃদ্ধি - Covid-19 situation become worst at Dibrugarh

শুকুৰবাৰে ডিব্ৰুগড় জিলাত পুনৰ 6 জন ক'ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ পাছতে সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

covid-19-situation-become-worst-at-dibrugarh
ডিব্ৰুগড়ত ক'ভিড সন্ত্ৰাস: মৃত্যৰ সংখ্যা 72 লৈ বৃদ্ধি
author img

By

Published : May 14, 2021, 10:22 PM IST

ডিব্ৰুগড়, 14 মে': ৰাজ্যত অব্যাহত আছে ক'ৰণা ভাইৰাছৰ ভয়াৱহ ৰূপ ৷ প্ৰতিদিনেই দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ মাজতে শুকুৰবাৰে পুনৰ ডিব্ৰুগড়ত মৃত্যু হৈছে 6 জন ক'ভিড আক্ৰান্তৰ ৷

আনহাতে, শুকুৰবাৰৰ দিনটোত জিলাখনত নতুনকৈ ক'ভিডত আক্ৰান্ত হয় 402 গৰাকী লোক ৷ ইয়াৰ লগে লগে ডিব্ৰুগড়ত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হলগৈ 72 জন‌ ৷ ইয়াৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হ’লগৈ মুঠ 6756 গৰাকী ৷

লগতে পঢ়কঃ ক'ভিড বিধিত উপেক্ষিত চাহ বাগিচা কৰ্মী: 2 বজৰ পৰিৱৰ্তে 4 বজালৈ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.