ETV Bharat / state

উজনিৰ 10 খন জিলাৰ আইন শৃংখলাজনিত পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ - CM participated in a meeting at Dibrugar

দেশজুৰি বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 3 মে’লৈ বৃদ্ধি কৰা লক ডাউনৰ সময়ছোৱাত ৰাজ্যবাসীক সজাগ-সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ উপৰিও ডিব্ৰুগড় জিলা উপায়ুক্তৰ সভাকক্ষত ব্যৱসায়ীসকল আৰু ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷

CM participated in a meeting at Dibrugarh DC office
উজনিৰ 10 খন জিলাৰ আইন শৃংখলাজনিত পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 16, 2020, 10:47 AM IST

ডিব্ৰুগড়,16 এপ্ৰিলঃ উজনি অসমৰ 10 খন জিলাক সামৰি আইন শৃংখলাজনিত পৰ্যালোচনা সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ উজনিৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট,চৰাইদেউ, মাজুলী, শদিয়া, গোলাঘাট, ধেমাজি আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষককে ধৰি অসমৰ তিনিটা সংমণ্ডলৰ আৰক্ষী সঞ্চালক প্ৰধান সকলো বুধবাৰে অনুষ্ঠিত এই পৰ্যালোচনা সভাখনত অংশগ্ৰহণ কৰে ৷

ডিব্ৰুগড় জিলা উপায়ুক্তৰ সভাকক্ষত মুখ্যমন্ত্ৰী

উল্লেখ্য যে,দেশজুৰি বৃদ্ধি পোৱা কৰ’ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 3 মে’লৈ বৃদ্ধি কৰা লক ডাউনৰ সময়ছোৱাত ৰাজ্যবাসীক সজাগ-সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও ডিব্ৰুগড় জিলা উপায়ুক্তৰ সভাকক্ষত ব্যৱসায়ীসকল আৰু ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ দুৰ্যোগৰ এই সময়ছোৱাত ব্যৱসায়ীসকল আৰু ব্যক্তিগত চিকিৎসালয় সমূহকো ৰাইজৰ সেৱাত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক-কোভিড-১৯ত নিগেটিভ পোৱাসকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.