ডিব্ৰুগড়, 4 নৱেম্বৰ: ডিব্ৰুগড়ৰ চেচা-নগাঁৱত সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা ৷ হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় এজন কিশোৰৰ ৷ নিহত কিশোৰ জনৰ নাম সুমন মৰাণ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে ৷ উক্ত হাতীৰ জাকটোৱে ধাননি পথাৰসমূহ তহিলং কৰি অহাৰ পিচতো কোনো কানসাৰ নাই বন বিভাগৰ। সেয়ে বৈদ্যুতিক তাঁৰৰ জৰিয়তে হাতী খেদাৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজে । কিন্তু হাতীৰ বাবে লগোৱা বৈদ্যুতিক তাঁৰত লাগি সোমবাৰে দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎপৃষ্ঠ হৈ থিতাতে নিহত হয় সুমন মৰাণ নামৰ কিশোৰজন ৷ লগতে গুৰুত্বৰভাৱে আহত হয় আন দুজন কিশোৰ ক্ৰমে দিগন্ত দিহিঙীয়া আৰু মৃদুল চাংমাই। উক্ত ঘটনাৰ পিচত উচিত পদক্ষেপ গ্ৰহণ কৰিব নে বন বিভাগে নে পুনৰাবৃত্তি হ'ব এই ঘটনাৰ সেয়া লক্ষণীয় হ'ব ৷
হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি নিহত কিশোৰ - হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি নিহত কিশোৰ
উক্ত হাতীৰ জাকটোৱে ধাননি পথাৰসমূহ তহিলং কৰি অহাৰ পিচতো কোনো কানসাৰ নাই বন বিভাগৰ। সেয়ে বৈদ্যুতিক তাঁৰৰ জৰিয়তে হাতী খেদাৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজে । কিন্তু হাতীৰ বাবে লগোৱা বৈদ্যুতিক তাঁৰত লাগি সোমবাৰে দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎপৃষ্ঠ হৈ থিতাতে নিহত হয় সুমন মৰাণ নামৰ কিশোৰজন ৷
![হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি নিহত কিশোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4961696-thumbnail-3x2-pp.jpg?imwidth=3840)
ডিব্ৰুগড়, 4 নৱেম্বৰ: ডিব্ৰুগড়ৰ চেচা-নগাঁৱত সংঘটিত হ'ল এক শোকাৱহ দুৰ্ঘটনা ৷ হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় এজন কিশোৰৰ ৷ নিহত কিশোৰ জনৰ নাম সুমন মৰাণ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে ৷ উক্ত হাতীৰ জাকটোৱে ধাননি পথাৰসমূহ তহিলং কৰি অহাৰ পিচতো কোনো কানসাৰ নাই বন বিভাগৰ। সেয়ে বৈদ্যুতিক তাঁৰৰ জৰিয়তে হাতী খেদাৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজে । কিন্তু হাতীৰ বাবে লগোৱা বৈদ্যুতিক তাঁৰত লাগি সোমবাৰে দুৰ্ভাগ্যজনকভাৱে বিদ্যুৎপৃষ্ঠ হৈ থিতাতে নিহত হয় সুমন মৰাণ নামৰ কিশোৰজন ৷ লগতে গুৰুত্বৰভাৱে আহত হয় আন দুজন কিশোৰ ক্ৰমে দিগন্ত দিহিঙীয়া আৰু মৃদুল চাংমাই। উক্ত ঘটনাৰ পিচত উচিত পদক্ষেপ গ্ৰহণ কৰিব নে বন বিভাগে নে পুনৰাবৃত্তি হ'ব এই ঘটনাৰ সেয়া লক্ষণীয় হ'ব ৷
হাতীৰ বাবে সংস্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগিল মানুহ।এজন কিশোৰ ঠিতাতে নিহত।দুজন আহত।ডিব্ৰুগড়ৰ চেচা-নগাঁৱত সংঘটিত এই ঘটনা।নিহত কিশোৰ জনৰ নাম সুমন মৰাণ(১৬) বুলি জানিব পৰা গৈছে।আহত কেইজন ক্ৰমে দিগন্ত দিহিঙীয়া আৰু মৃদুল চাংমাই।তিনিও জনৰ ঘৰ ডিব্ৰুগড়ৰ লেজাইৰ চেচা নগাঁৱত।দীৰ্ঘদিনৰ পৰা বৃহত্তৰ অঞ্চল টোত বনৰীয়া হাতীৰ উপদ্ৰপ চলাই আছিল।মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা উলাই অহা এটা হাতীৰ জাকে ধাননি পথাৰ খাই অনিষ্ট কৰি অহাৰ পাছতো কোনো কানসাৰ নাই বন বিভাগৰ।স্থানীয় ৰাইজে ফলত বৈদ্যুতিক তাৰৰ জৰিয়তে হাতী খেদাৰ ব্যৱস্থা কৰিছিল।অভিযোগ মতে ইয়াৰ ফলত কেইবাটাও হাতীৰ মৃত্যু হোৱা লগতে ১নৱেম্বৰটো মৃত্যু হৈছিল দুটাকৈ হাতীৰ। আনহাতে অভিযোগ মতে তাঁৰত লাগি আজি দুৰ্ভাগ্যজনক ভাবে তিনিজন বিদ্যুৎ পৃষ্ঠ হয়।ইয়াৰে সুমন মৰাণ ঠিতাতে নিহত হোৱা লগতে আন দুজন আহত হয়।Body:DoConclusion:Do