ETV Bharat / state

কৰ’ণাৰ সজাগত বৃদ্ধিৰ বাবে পঞ্চায়তে পঞ্চায়তে বিজেপী কৰ্মী - পঞ্চায়তে পঞ্চায়তে বিজেপী কৰ্মী

কৰ’ণা সৃষ্ট পৰিৱেশৰ মাজতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে তৎপৰ হৈছে বিজেপী কৰ্মী সকল ৷ নিজ নিজ পঞ্চায়তৰ ৰাইজৰ কাষত মাস্ক বিতৰণ আৰু ছেনিটাইজেছন আদি কাৰ্যসূচীৰে থিয় দিয়া দেখা গৈছে ডিব্ৰুগড়ৰ একাংশ বিজেপি কৰ্মীক ।

bjp_workers taking part in mass awareness program on covid
কৰ’ণাৰ সজাগত বৃদ্ধিৰ বাবে পঞ্চায়তে পঞ্চায়তে বিজেপী কৰ্মী
author img

By

Published : Jun 3, 2021, 2:14 PM IST

ডিব্ৰুগড়, 3 জুন : ৰাজ্যজুৰি অব্যাহত থকা ক’ভিডৰ ভয়াৱহতাকলৈ লৈ তৎপৰ বিজেপিৰ তৃণমূল কৰ্মী। কেৱল দলীয় কামতেই নহয় ক’ভিডৰ ভয় সংশয়ৰ মাজতো নিজ নিজ পঞ্চায়তৰ ৰাইজৰ কাষত দেখা গৈছে ডিব্ৰুগড়ৰ একাংশ বিজেপি কৰ্মীক ।

bjp_workers taking part in mass awareness program on covid
কৰ’ণাৰ সজাগত বৃদ্ধিৰ বাবে পঞ্চায়তে পঞ্চায়তে বিজেপী কৰ্মী

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰিং ডাইনীজান পঞ্চায়তত ক'ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযানত মাস্ক বিতৰণ আৰু ছেনিটাইজেছন কাৰ্যসূচী আদিত সক্ৰিয়তাৰে আগ-ভাগ লৈছে চিৰিং ডাইনীজান পঞ্চায়তৰ বিজেপে সভাপতি মনোজ সোনোৱাল, চিৰিং ডাইনীজানৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা বৰ্ণালী সোনোৱাল, চিৰিং ডাইনীজান পঞ্চায়তৰ সম্পাদক ওমা শংকৰ চাহু, ৱাৰ্ড মেম্বাৰ পৰেশ দাস লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে ৷

লক্ষ্যণীয় যে, দলটোৰ এই সকল কৰ্মকৰ্তাই দীৰ্ঘ সময়ৰ পৰা ক’ভিডৰ সজাগতা আৰু প্ৰতিষেধকৰ ব্যৱস্থা কৰাত এইদৰে ব্যস্ত থকাত স্থানীয় লোক সকলে এতিয়া, দলটোৰ এই সকল কৰ্মীৰ কামৰ শলাগ লৈছে ৷

লগতে পঢ়ক : বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.