ETV Bharat / state

নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈক উষ্ম আদৰণি

author img

By

Published : Mar 19, 2021, 10:40 PM IST

নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈক ৰাইজৰ বিপুল আদৰণি ৷ নাহৰকটীয়াবাসীৰ সমস্যাক নিজ সমস্যা হিচাপে মানি সমাধান কৰাৰ বাবে প্ৰাৰ্থী গৰাকীয়ে সদায় আগবাঢ়ি আহে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈক উষ্ম আদৰণি

ডিব্ৰুগড়,19 মাৰ্চ: সমাগত 21ৰ বিধানসভা নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন । এই সময়তে আকৰ্ষণীয় হৈ উঠিছে 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । তীব্ৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে গাঁৱে-ভূঞে শক্তিশালী ৰূপত চলাইছে নিৰ্বাচনী প্ৰচাৰ ।

বিধায়ক নোহোৱাকৈয়ে পূৰ্বৰ পৰাই নাহৰকটীয়াত যথেষ্ট উন্নয়নমূলক কাম-কাজ কৰাৰ লগতে দৰিদ্ৰ-দুৰ্গত জনক সকলো সময়তে সহায় কৰি আহিছে তৰংগ গগৈয়ে । চিকিৎসা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি পথ উন্নতিৰ ক্ষেত্ৰতো তৰংগ গগৈয়ে সহযোগ আগবঢ়াই আহিছে । সেয়ে ৰাইজে আজি জনপ্ৰিয় নেতা গৰাকীক জনাইছে বিপুল আদৰণি ।

অন্য এক খবৰৰ বাবে: মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ঘোষণা কৰি সমস্যাত পৰিল হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.