- ডিব্ৰুগড় চহৰৰ উপায়ুক্ত কাৰ্যালয় চৌহদত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন (Dibrugarh Deputy Commissioners office)
- সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma unveils statue of Bhupen Hazarika)সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
- সামাজিক দায়বদ্ধতা পুঁজিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে সুধাকণ্ঠৰ এই প্ৰতিমূৰ্তি
- আজি দিনযোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা
- ডিব্ৰুগড়ত বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে
- এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, বিধায়ক প্ৰশান্ত ফুকন আৰু বিধায়ক তৰংগ গগৈও উপস্থিত থাকে