ETV Bharat / state

BREAKING NEWS: দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি - দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি

নিশা দুলীয়াজানত উত্তপ্ত পৰিস্থিতি ৷ তৈলনগৰীখনৰ পিপলতল তিনিআলিৰ ৰাজপথত জ্বলিল টায়াৰ । বীৰ লাচিত সেনাৰ আটকাধীন চাৰি কৰ্মকৰ্তাক মুকলি কৰি দিয়াৰ দাবীৰে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ(Beer Lachit sena protest at Duliajan) ৷

Beer Lachit sena protest at Duliajan
নিশা দুলীয়াজানত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 5, 2022, 7:46 AM IST

Updated : Sep 5, 2022, 1:28 PM IST

ডিব্ৰুগড়,5 ছেপ্টেম্বৰ: দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি ৷ বীৰ লাচিত সেনা ডিব্ৰুগড় জিলা সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ(Protest programme by beer lachit sena) ৷ বীৰ লাচিত সেনাৰ চাৰিজনকৈ কৰ্মকৰ্তাক ভুৱা গোচৰত জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ সংগঠনটোৰ ৷

অসম চৰকাৰৰ অ-গণতান্দ্ৰিক কাম-কাজত ক্ষুণ্ণতা প্ৰদৰ্শন কৰি সংগঠনটোয়ে ৰবিবাৰে নিশাৰ ভাগত সাব্যস্ত কৰে প্ৰতিবাদ ৷ তৈলনগৰীখনৰ পিপলতলত বীৰ লাচিত সেনাই সংগঠনটোৰ আটকাধীন কৰ্ম-কৰ্তাসকলৰ মুক্তিৰ দাবী জনায় সাব্যস্ত কৰে প্ৰতিবাদ ৷ টায়াৰ জ্বলাই সংগঠনটোৰ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় আৰক্ষী ৷

দুলীয়াজানত নিশা উত্তপ্ত পৰিস্থিতি

ভুৱা গোচৰত জেল-হাজোতত বন্দী কৰি ৰখা চাৰিগৰাকী কৰ্ম-কৰ্তাক মুকলি কৰি দিবলৈ সংগঠনটোয়ে দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে মুকলিৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোয়ে হুংকাৰ প্ৰদান কৰে । চৰকাৰ তথা প্ৰশাসনৰ এনে কাৰ্যক অগণতান্দ্ৰিক তথা সংবিধান বিৰোধী আখ্যা দিছে সংগঠনটোয়ে ৷

লগতে পঢ়ক: কৃতী শিক্ষকসকলৰ সৈতে ভাব-বিনিময়ত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Last Updated : Sep 5, 2022, 1:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.