ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাল যুৱক - বাইপান কুমাৰ

26 জুনত ব্ৰহ্মপুত্ৰ মেইলযোগে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল যুৱকজন

Dibrugarh
ডিব্ৰুগড়ত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাল যুৱক
author img

By

Published : Jun 30, 2020, 7:57 PM IST

  • ডিব্ৰুগড় জিলাৰ জয়পুৰ হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন যুৱকৰ
  • 26 জুনত ব্ৰহ্মপুত্ৰ মেইলযোগে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল যুৱকজন
  • ইয়াৰ পাছতে কোৱাৰেন্টাইন কৰা হৈছিল বাইপান কুমাৰ নামৰ যুৱকজনক
  • যুৱকজনৰ বিৰুদ্ধে জয়পুৰ থানাত ৰুজু কৰা হৈছে গোচৰ
  • ঘটনা সংক্ৰান্তত কোৱাৰেন্টাইন চেন্টাৰটো পৰিদৰ্শন কৰে চক্ৰ বিষয়াসহ এটি আৰক্ষীৰ দলে
  • এই তথ্য প্ৰকাশ কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত ডীপু কুমাৰ ডেকাই

লগতে পঢ়কঃ "Work from home" ৰ দ্বাৰা নিলাম কৰা হ'ব ৰাজ্যৰ চাহপাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.