ETV Bharat / state

নতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Mar 12, 2021, 8:13 PM IST

শুকুৰবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ SVEEP কোষৰ অধীনত টিংখাং, নাহৰকটীয়া আৰু লাহোৱালত ইভিএম-ভিভিপিএটি(EVM-VVPAT)ৰ জৰিয়তে কেনেদৰে ভোটদান কৰা হয় সেই বিষয়ে বিশেষকৈ নতুন ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

নতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা ডিব্ৰুগড় জিলা প্ৰশাসনৰ
নতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

মৰাণ,১২ মাৰ্চ: ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে যাতে ১০০ শতাংশ ভোট দান সম্পন্ন হয় তাৰ বাবে এতিয়া যথেষ্ট তৎপৰ হোৱা দেখা গৈছে জিলা প্ৰশাসনসমূহক । আন জিলাসমূহৰ দৰে ডিব্ৰুগড় জিলা প্ৰশাসনেও ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ।

জিলাখনৰ প্ৰতিটো সমষ্টিলৈ প্ৰশাসনৰ লোকসকল গৈ ভোটাৰসকলক ভোট প্ৰদানৰ বাবে আহ্বান জনাইছে । ভোটদানৰ বাবে যেন সকলোৱে ওলাই আহে তাৰ বাবেও বিশেষভাৱে আহ্বান জনাই ডিব্ৰুগড় জিলা প্ৰশাসনে ।

তাৰ মাজতে শুকুৰবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ SVEEP কোষৰ অধীনত টিংখাং, নাহৰকটীয়া আৰু লাহোৱালত ইভিএম-ভিভিপিএটি(EVM-VVPAT)ৰ জৰিয়তে কেনেদৰে ভোটদান কৰা হয় সেই বিষয়ে বিশেষকৈ নতুন ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড আতংক : চাৰিজনৰ দেহত ক'ৰণাৰ উপস্থিতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.