ETV Bharat / state

মটক জনগোষ্ঠীৰ উন্নয়ন পেকেজ সন্দৰ্ভত আলোচনা - মটক জনগোষ্ঠীক আগুৱাই নিয়াৰ বাবে চৰকাৰে যি পেকেজ ঘোষণা কৰিছে সেই আঁচনি সমূহ পৰিকল্পিতভাৱে কেনেদৰে ৰূপায়ণ কৰিব পাৰি

মটক জনগোষ্ঠীৰ উন্নয়ন পেকেজ সন্দৰ্ভত বিশেষ আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ । জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মটক জনগোষ্ঠীক আগুৱাই নিয়াৰ বাবে চৰকাৰে যি পেকেজ ঘোষণা কৰিছে সেই আঁচনি সমূহ পৰিকল্পিতভাৱে কেনেদৰে ৰূপায়ণ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰে ।

মটক জনগোষ্ঠীৰ উন্নয়ন পেকেজ সন্দৰ্ভত আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Jan 20, 2021, 7:32 PM IST

ডিব্ৰুগড়, ২০ জানুৱাৰী: মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উন্নয়ন পেকেজ ঘোষণা কৰে । বুধবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰে এক সভাৰ । জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মটক জনগোষ্ঠীক আগুৱাই নিয়াৰ বাবে চৰকাৰে যি পেকেজ ঘোষণা কৰিছে সেই আঁচনি সমূহ পৰিকল্পিতভাৱে কেনেদৰে ৰূপায়ণ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰে । উক্ত সভাখনত মটক জনগোষ্ঠীৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে জিলা প্ৰশাসনিক বিষয়া সকল উপস্থিত থাকে ।

মটক জনগোষ্ঠীৰ উন্নয়ন পেকেজ সন্দৰ্ভত আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ
মটক জনগোষ্ঠীৰ উন্নয়ন পেকেজ সন্দৰ্ভত আলোচনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

উল্লেখ্য যে, মটক জনগোষ্ঠী অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ । সুকীয়া বৈশিষ্টৰে সমৃদ্ধ মটক সকল নিৰ্ভীক আৰু সাহসী । বৃহত্তৰ অসমীয়া জাতি গঠনত এই মটক জনগোষ্ঠীৰ অৱদান অতুলনীয় আৰু আগন্তুক দিনত ৰাজ্যখনক আগুৱাই নিবৰ বাবে এই জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । কিন্তু বহু সময়ত এই জনগোষ্ঠীয়ে ৰাজনৈতিক-অৰ্থনৈতিকভাৱে কিছু কিছু ক্ষেত্ৰত পিছ পৰা পৰিলক্ষিত হয় । অতি পৰিতাপৰ বিষয় যে, পূৰ্বৰ চৰকাৰসমূহে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি দিছিল যদিও বাস্তৱত আজি পৰ্যন্ত নিজৰ অধিকাৰ আৰু সুবিধা বিচাৰি জনগোষ্ঠীটোৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক:বঢ়মপুৰত পৰম্পৰাগতভাৱে মাঘবিহু উদযাপন তিৱা সমাজৰ

For All Latest Updates

TAGGED:

As10031
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.