ETV Bharat / state

ক'ভিড-১৯ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক - স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক

বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনসমূহত যাত্ৰীসকলৰ ক'ভিড-১৯ কনট্ৰেক্ট ট্ৰেচিং সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ ডিব্ৰুগড় জিলা উপায়ুক্তৰ । উক্ত বৈঠকত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁই, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকল উপস্থিত থাকে ।

ক'ভিড-১৯ সৰ্ম্পকে বৈঠক অনুষ্ঠিত ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Apr 5, 2021, 6:34 PM IST

মৰাণ, ৫ এপ্ৰিল: দেশত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কৰ'ণা মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা । দেশৰ লগতে অসমতো ঠায়ে-ঠাইয়ে কৰ'ণা ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ লগে লগে ডিব্ৰুগড় জিলা প্ৰশাসন ক'ভিড-১৯ সৰ্ম্পকে তৎপৰ হৈ পৰিছে । সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ক'ভিড-১৯ সৰ্ম্পকে এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।

ক'ভিড-১৯ সৰ্ম্পকে বৈঠক অনুষ্ঠিত ডিব্ৰুগড় জিলা প্ৰশাসনৰ
ক'ভিড-১৯ সৰ্ম্পকে বৈঠক অনুষ্ঠিত ডিব্ৰুগড় জিলা প্ৰশাসনৰ

উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলক বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনসমূহত যাত্ৰীসকলৰ ক'ভিড-১৯ ৰ পৰীক্ষা সুনিশ্চিত কৰাৰ লগতে যিকোনো ক'ভিড-১৯ সম্পৰ্কীয় কনট্ৰেক্ট ট্ৰেচিং সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰোপৰিও, উপায়ুক্তগৰাকীয়ে যিসকল ব্যক্তিয়ে ক’ভিড-১৯ ৰ বাবে আৰটিপিচিআৰ পৰীক্ষা কৰে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নহা পৰ্যন্ত কঠোৰভাৱে হোম আইচলেছনত থাকিব লাগিব বুলি উল্লেখ কৰে । উক্ত বৈঠকত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁই, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.