ETV Bharat / state

চাবুৱাত পোনাকণ বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

শেহতীয়াকৈ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই চাবুৱাত মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বহু পৰিমাণে নোহোৱা হ'ল ।

author img

By

Published : Mar 16, 2021, 10:20 PM IST

চাবুৱাত পোনাকণ বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
চাবুৱাত পোনাকণ বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

মৰাণ,16 মাৰ্চ: মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত এইবাৰ গণ পৰিষদ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । চাবুৱা সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ পাছতে আৰম্ভ হৈছিল চাবুৱা বিজেপিৰ মাজৰ বিদ্ৰোহ । বিজেপিৰ একাংশই নিৰ্দলীয়কৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল চাবুৱাত ৷

তাৰ পাছতে চাবুৱাৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছিল । কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই চাবুৱাত মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাত চাবুৱাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বহু পৰিমাণে নোহোৱা হ'ল । এতিয়া মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ দুইটা দলেই প্ৰচাৰ তীব্ৰ কৰি তুলিছে । আজি চাবুৱাৰ মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই দলীয় কৰ্মীসকলক লগত লৈ মুকলি কৰিলে গুইজান পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় ।

লগতে পঢ়কঃ যোগী আদিত্যনাথৰ আগমনক কেন্দ্ৰ কৰি তৎপৰ হোজাই প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.