ETV Bharat / state

কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল - প্ৰকৃত হিতাধিকাৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ বাবে ঘোষণা কৰিছে ইখনৰ পিছত আনখন আঁচনি ৷ কিন্তু কিমান ফলপ্ৰসূ হৈছে এই সমুহ চৰকাৰী আঁচনি ! প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছেনে চৰকাৰী আঁচনিৰ সুবিধা ?মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ পাউলিগুৰীৰ এটি বিশেষভাৱে সক্ষম পৰিয়ালে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ সুবিধা ৷

A Pathetic story Of a specially disable family
কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল
author img

By

Published : Oct 31, 2020, 7:35 AM IST

মৰাণ,31অক্টোবৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ বাবে ঘোষণা কৰিছে ইখনৰ পিছত আনখন আঁচনি ৷ কিন্তু কিমান ফলপ্ৰসূ হৈছে এই সমুহ চৰকাৰী আঁচনি ! প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছেনে চৰকাৰী আঁচনিৰ সুবিধা ?

কোনো আঁচনিয়ে ঢুকি নোপোৱা বিশেষভাৱে সক্ষম এটি পৰিয়াল

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ পাউলিগুৰীৰ এটি বিশেষভাৱে সক্ষম পৰিয়ালে আজিকোপতি লাভ নকৰিলে চৰকাৰী আঁচনিৰ সুবিধা ৷ বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত বৰ্ণালী চেলেং নামৰ বিশেষভাৱে সক্ষম মহিলাগৰাকীৰ পৰিয়াল ৷ যাৰ পৰিপ্ৰেক্ষিতত স্বামীহাৰা মহিলাগৰাকীয়ে পৰিয়াল পোহপাল দিয়াৰ লগতে নিজ সন্তানক শিক্ষা দিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ মহিলাগৰাকীৰ অভিযোগ,পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো এজন জনপ্ৰতিনিধিও ৷

প্ৰশ্ন হয়, পৰিৱৰ্তনকামী চৰকাৰে কেৱল মাত্ৰ বিজ্ঞাপনতে সীমাবদ্ধ ৰাখিছে নেকি আঁচনিসমূহ ? প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ আঁচনিসমূহ লৈ যোৱাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ? বৰ্ণালী চেলেঙৰ দৰে বিশেষভাৱে সক্ষম পৰিয়ালসমূহে লাভ কৰিবনে চৰকাৰী সা-সুবিধা ? নে এনেকৈয়ে বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব এই পৰিয়াল সমূহ ৷

লগতে পঢ়কঃপুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সোণোৱাল চৰকাৰ : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.