ETV Bharat / state

ধুবুৰীত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

author img

By

Published : Apr 27, 2021, 9:15 PM IST

ধুবুৰীৰ পাগলাহাট অঞ্চলৰ হজৰতেৰ হাট গাঁৱত চলে এই অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা কাঠ ফলা মিল ।

ধুবুৰীত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
ধুবুৰীত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ধুবুৰী,27 এপ্ৰিলঃ মঙলবাৰে ধুবুৰীৰ পাগলাহাটত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । ধুবুৰীৰ পাগলাহাট অঞ্চলৰ হজৰতেৰ হাট গাঁৱত চলে এই অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এটা কাঠ ফলা মিল ।

উল্লেখযোগ্য যে, পঞ্জীয়নভূক্ত নুৰজাহান সন টিম্বাৰ ডিপো কেম্পাচত চলি আছিল এই অবৈধ কাঠফলা মিলটো । ধুবুৰী বন পালক সাহবাজ চুলতানৰ নেতৃত্বত যোৱা এটা বন বিভাগৰ দলে অভিযান চলায় । মনকৰিব লগীয়া যে, বিটিএডিৰ বনাঞ্চল ধ্বংস কৰি একাংশই কাঠৰ চোৰাং ব্যৱসায় চলাই যোৱাৰ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.