ETV Bharat / state

আৰ্থিক সংকটত ধুবুৰীৰ সীমান্ত অঞ্চলৰ শিপিনী সকল - আৰ্থিক সংকটত ধুবুৰীৰ সীমান্ত অঞ্চলৰ শিপিনী সকল

খেৰবাৰী-বাউসেৰকুটী গাঁৱৰ প্ৰায় পাঁচ সহশ্ৰাধিক লোক তাঁত শালৰ লগত জড়িত । কিন্তু লক ডাউনৰ ফলত তাঁত শালত কাপোৰ বনোৱা কাম সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল । ইয়াৰ ফলত আৰ্থিক সংকটত পৰিছে শিপিনী সকল ।

আৰ্থিক সংকটত ধুবুৰীৰ সীমান্ত অঞ্চলৰ শিপিনী সকল

author img

By

Published : Jun 16, 2020, 8:55 PM IST

ধুবুৰী, 16 জুনঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত জাৰি কৰা লক ডাউনে দেশৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । ইয়াৰ অংশ স্বৰূপে তীব্ৰ অৰ্থ সংকটত ভুগিছে ধুবুৰী জিলাৰ সীমান্তৱৰ্তী খেৰবাৰী-বাউসেৰকুটী গাঁৱৰ শিপিনী সকল,যি অঞ্চল অসমৰ দ্বিতীয় শুৱালকুছি হিচাপে পৰিচিত ।

শিপিনী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে
শিপিনী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে

খেৰবাৰী-বাউসেৰকুটী গাঁৱৰ প্ৰায় পাঁচ সহশ্ৰাধিক লোক তাঁত শালৰ লগত জড়িত । কিন্তু লক ডাউনৰ ফলত তাঁত শালত কাপোৰ বনোৱা কাম সম্পূৰ্ণৰূপে বন্ধ হৈ আছে । যাৰ ফলত শিপিনী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ।

আৰ্থিক সংকটত ধুবুৰীৰ সীমান্ত অঞ্চলৰ শিপিনী সকল

ইপিনে বহু সংখ্যক শিপিনীয়ে মাইক্ৰ ফাইনেঞ্চৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব পৰা নাই, যাৰ বাবে অধিক চিন্তিত হৈ পৰিছে তেওঁলোক । শিপিনী সকলে এতিয়া বাট চাইছে চৰকাৰৰ সহায়ৰ বাবে । শিপিনী সকলে ঋণ মাফৰ বাবে অনুৰোধ জনোৱাৰ লগতে আৰ্থিক অনুদান দিবলৈ আহ্বান জনাইছে ।

অসমৰ দ্বিতীয় শুৱালকুচি হিচাপে পৰিচিত বুৰী জিলাৰ সীমান্তবৰ্তী খেৰবাৰী-বাউসেৰকুটী গাঁও

লগতে চাওকঃ শোণিতপুৰত কৰ'ণা ৰোগীৰ সংখ্যা ৭৩ লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.