ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত ই-ৰিক্সাসহ দুই গভাইত চোৰ আটক

চাপৰৰ বিভিন্ন স্থানৰ পৰা সঘনাই বাইক-কম্পিউটাৰ আদি চুৰি কাৰ্যৰ লগত জড়িত দুটা চোৰক মঙলবাৰে নিশা আৰক্ষীয়ে চুৰি সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত গোভাইত চোৰ
author img

By

Published : Jun 5, 2019, 9:51 AM IST

পূৱ বিলাসীপাৰা,05 জুন : অৱশেষত চাপৰ আৰক্ষীৰ জালত পৰিল দীৰ্ঘ দিনৰ পৰা পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত টিঘিল ঘিলাই ফুৰা গাড়ী চুৰি চক্ৰ এটাৰ দুই সক্ৰিয় সদস্য ৷ চাপৰৰ বিভিন্ন স্থানৰ পৰা সঘনাই বাইক-কম্পিউটাৰ আদি চুৰি কাৰ্যৰ লগত জড়িত এই দুটা চোৰক মঙলবাৰে নিশা আৰক্ষীয়ে চুৰি সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত গোভাইত চোৰ

চাপৰৰ ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা এই দুই চোৰ ক্ৰমে- আব্দুল ৰচিদ আৰু তাহাজুদ্দিন ৷ এই দুই চুৰে দুখনকৈ ই-ৰিক্সা চুৰ কৰি আনি চাপৰ অঞ্চলত বিক্ৰী কৰিছিল ৷ তেনে সময়তে চাপৰ আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰি, ই-ৰিক্সাসহ এই গভাইত চোৰ দুটাক আটক কৰে ৷ দীৰ্ঘ দিনৰ পৰা চাপৰ অঞ্চলত চুৰি কাৰ্যৰে ত্ৰাস সৃষ্টি কৰা এই চোৰ দুটাক আটক কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

Intro:পূৱ বিলাসীপাৰাৰ চাপৰত ই-ৰিক্সা সহ দুই গোভাইত চোৰ আটকBody:বিলাসীপাৰা পূ্ৱ:

দীৰ্ঘ দিনৰ পৰা পূৱ বিলাসীপাৰাৰ চাপৰ অঞ্চলত টিঘিল ঘিলিই ফুৰা গাড়ী চুৰি চক্ৰ এটাৰ দুই সক্ৰিয় সদস্য অৱশেষত জালত পৰিল চাপৰ আৰক্ষীৰ ।*

*চাপৰৰ বিভিন্ন স্থানৰ পৰা সঘনাই বাইক-কম্পিউটাৰ আদি চুৰি কাৰ্যৰ লগত জড়িত এই দুজন চোৰক নিশা আৰক্ষীয়ে চুৰি সামগ্ৰী সহ আটক কৰিবলৈ সক্ষম হয় ।*

*চাপৰৰ ফলিমাৰী ১ম খণ্ড গাঁৱৰ বাসিন্দা এই দুই চোৰ ক্ৰমে-আব্দুল ৰসিদ আৰু তাহাজুদ্দিন । এওলোকে দুখনকৈ ই-ৰিক্সা চুৰি কৰি আনি চাপৰৰ অঞ্চলত বিক্ৰী কৰিছিল।*

*এই তথ্য এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে লাভ কৰি ই-ৰিক্সা সহ এই গোভাইত চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয়।*Conclusion:*উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা চাপৰ অঞ্চলত চুৰি কাৰ্যৰে ত্ৰাশ সৃষ্টি কৰা এই চোৰ দুটাক আটক কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।*

Byte- O/C CHAPAR

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.