ETV Bharat / state

চাপৰৰ "বীৰছা মুণ্ডা ষ্টেডিয়ামত" চাহ বাগিচা ধন পুৰস্কাৰ মেলা - বীৰছা মুণ্ডা ষ্টেডিয়ামত

ইফালে আদিবাসী গীতৰ তালে তালে অনুষ্ঠানৰ মাজতে এপাক ককাল ভাঙি ঝুমুৰ নাচিলে বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহী,ধুবুৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ কলিতা,ধুবুৰী জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথে ৷

চাপৰৰ "বীৰছা মুণ্ডা ষ্টেডিয়ামত" চাহ বাগিচা ধন পুৰস্কাৰ মেলা

author img

By

Published : Feb 4, 2021, 1:59 PM IST

পূৱ বিলাসীপাৰা,৪ ফেব্ৰুৱাৰী: ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰখনৰ চাপৰ চাহ বাগিছাস্থিত "বীৰছা মুণ্ডা ষ্টেডিয়ামত" চাহ বাগিচা ধন পুৰস্কাৰ আঁচনি'ৰ অধীনত চাপৰ চাহ বাগিচা,কৃষ্ণকলি চাহ বাগিচা,চৈবাৰী চাহ বাগিচাৰ মুঠ ২৮৯৫ গৰাকী শ্ৰমিকক তৃতীয় কিস্তিৰ ৩ হাজাৰ টকাৰ অনুমোদন পত্ৰ সমূহ এই মেলাত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়। উক্ত আঁচনিৰ অধীনতে ২০১৮-২০১৯ বৰ্ষত দুটা কিস্তিৰ আঢ়ৈ হাজাৰ কৈ ইতিমধ্যে ৫ হাজাৰ টকাৰ উদ্গনিমূলক ধনৰাশি প্ৰদান কৰা হৈছিল। এই ধন পুৰস্কাৰ মেলাত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী,ধুবুৰী জিলাৰ নৱনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ কলিতা,ধুবুৰী জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথ,বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল কুমাৰ যাদৱ,চাপৰৰ ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাস,সহকাৰী আয়ুক্ত তথা বিডিঅ' কৃতিকা বসুমতাৰী কে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুমোদন পত্ৰ সমূহ বিতৰণ কৰে।

লগতে চাওকঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.