ETV Bharat / state

নামনি অসমত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

author img

By

Published : Apr 20, 2020, 12:29 PM IST

Updated : Apr 20, 2020, 1:13 PM IST

প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি হৈছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চল। বহুকেইখন বিদ্যালয়ৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ,গছ-গছনি ভাঙি পৰে ৷ আশ্ৰয়হীন হৈ পৰিছে গাঁওবাসী ৷

নামনি অসমত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ
নামনি অসমত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

ধুবুৰী,20 এপ্ৰিল : দেওবাৰে নিশা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ কবলত একাংশ লোকৰ ঘৰবাৰীৰ লগতে বহুকেইখন বিদ্যালয় ক্ষয়গ্ৰস্ত হয় ৷

নামনি অসমত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত শালকাটা অঞ্চলত শালকাটা ছানলাইট জাতীয় বিদ্যালয়,শালকাটা উচ্চ মাধ্যমিক বিদ্যালয়,শালকাটা ছোৱালী এম ই মাদ্ৰাছাৰ বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ,গছ-গছনি ভাঙি পৰে,যাৰ ফলত এতিয়া ক্ষতিগ্ৰস্ত লোকসকল আশ্ৰয়হীন হৈ পৰিছে ।

লগতে পঢ়ক : এয়াৰলাইনছ সংস্থাক টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা

Last Updated : Apr 20, 2020, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.