বিলাসীপাৰা, ১৫ অক্টোবৰ: সোমবাৰে নিশা পূব বিলাসীপাৰা চাপৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চাপৰ আৰু শালকোছা আৰক্ষীয়ে যৌথ অভিযান চলাই। উক্ত অভিযানত আৰক্ষীয়ে এখন AS 01 DP 1036 নম্বৰৰ ইয়ন বাহনৰ পৰা প্ৰায় ১০০ বটল নিচাযুক্ত দ্ৰব্য সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন তিনিজন লোক ক্ৰমে নাচিৰ উদ্দিন, মিজানুৰ ৰহমান আৰু মাহমাদুল হুছেইন। আটাইকেইজন লোক বগৰীবাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে। আটকাধীন তিনি যুৱক সম্প্ৰতি চাপৰ আৰক্ষীৰ জিম্মাত ৷ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱক - পূব বিলাসীপাৰা
চাপৰ আৰু শালকোছা আৰক্ষীৰ যৌথ অভিযানত জব্দ বহু নিচাযুক্ত দ্ৰব্য ৷ অভিযানত আৰক্ষীয়ে আটক কৰে 3 জন লোকক ৷
![চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4755248-thumbnail-3x2-hj.jpg?imwidth=3840)
নাচিৰ উদ্দিন, মিজানুৰ ৰহমান আৰু মাহমাদুল হুছেইন
বিলাসীপাৰা, ১৫ অক্টোবৰ: সোমবাৰে নিশা পূব বিলাসীপাৰা চাপৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চাপৰ আৰু শালকোছা আৰক্ষীয়ে যৌথ অভিযান চলাই। উক্ত অভিযানত আৰক্ষীয়ে এখন AS 01 DP 1036 নম্বৰৰ ইয়ন বাহনৰ পৰা প্ৰায় ১০০ বটল নিচাযুক্ত দ্ৰব্য সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন তিনিজন লোক ক্ৰমে নাচিৰ উদ্দিন, মিজানুৰ ৰহমান আৰু মাহমাদুল হুছেইন। আটাইকেইজন লোক বগৰীবাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে। আটকাধীন তিনি যুৱক সম্প্ৰতি চাপৰ আৰক্ষীৰ জিম্মাত ৷ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱক

Intro:চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱকBody:পূৱ বিলাসীপাৰা,১৫ অক্টোবৰ:
সোমবাৰে নিশা পূৱ বিলাসীপাৰা চাপৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰু শালকোছা আৰক্ষীয়ে যৌথ অভিযান চলাই।অভিযানত এখন ইয়ন বাহনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। প্ৰায় ১০০ বটল নিচাযুক্ত দ্ৰব্যসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন তিনিজনৰ নাম হ’ল নাচিৰ উদ্দিন, মিজানুৰ ৰহমান আৰু মাহমাদুল হুছেইন। আটাই কেইজন বগৰীবাৰী অঞ্চলৰ। আৰু লগতে আৰক্ষীয়ে জব্দ কৰে AS 01 DP 1036 নম্বৰৰ এখন ইয়ন বাহন। আটকাধীন তিনি যুৱক সম্প্ৰতি চাপৰ আৰক্ষীৰ জিম্মাত আৰু চাপৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।*
BYTE: OC CHAPARConclusion:FROM UDAYADITYA ROY, BILASIPARA EAST