ETV Bharat / state

বন্ধু তুমি হাৰিলা: মন্ত্ৰী হিমন্তলৈ ৰকিবুল হুছেইনৰ বাৰ্তা

author img

By

Published : Apr 1, 2021, 10:27 PM IST

বৃহস্পতিবাৰে গৌৰীপুৰ সমষ্টিত AIUDFৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰকিবুল হুছেইনৰ ৷ নিৰ্বাচনী সভাত ‘বন্ধু তুমি হাৰিলা’ বুলি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ বাৰ্তা প্ৰেৰণ বিধায়ক গৰাকীৰ ৷

rockybul-hussain
ৰকিবুল হুছেইন

ধুবুৰী,1 এপ্ৰিল : ধুবুৰীৰ গৌৰীপুৰত বৃহস্পতিবাৰে কংগ্ৰেছ মহাজোঁটৰ AIUDFৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়ক ৰকিবুল হুছেইনে ৷ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বালাজানত অনুষ্ঠিত নিৰ্বাচনী সভাত বিৰোধীক সমালোচনা কৰাৰ পূৰ্বে ৰাইজক বহু প্ৰতিশ্ৰুতি দিয়ে বিধায়ক গৰাকীয়ে ।

ৰকিবুল হুছেইন

এইবাৰ অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’ব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ 47 টা সমষ্টিৰ ভিতৰত মহাজোঁটে 45 টা সমষ্টি দখল কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত বৰাক উপত্যকাত 15 টাকৈ সমষ্টিত জয়লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক হুছেইনে ।

সংবাদ মাধ্যমযোগে ‘বন্ধু তুমি হাৰিলা’ বুলি বন্ধু তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈও বাৰ্তা প্ৰেৰণ কৰে বিধায়ক গৰাকীয়ে । হিমন্তৰ ৰঙা চকুক কোনেও ভয় নকৰে বুলিও মন্তব্য আগবঢ়ায় বিধায়ক ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক : সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.