ETV Bharat / state

হাটশিঙিমাৰীত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত এজন

হাটশিঙিমাৰীৰ বেপাৰিপাৰাত মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় আমিৰ আলী নামৰ 15 বছৰীয়া এজন কিশোৰ । বেপাৰীপাৰা বজাৰৰ পৰা ঘৰলৈ ওভতাৰ সময়তেই এম এল 08 ই 1663 নম্বৰৰ ট্ৰাকখনে বিপৰীত দিশৰ পৰা খুন্দিয়ায় কিশোৰজনক ।

হাটশিঙিমাৰীত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত এজন
author img

By

Published : Mar 31, 2019, 4:12 PM IST

ধুবুৰী,31 মাৰ্চ: দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত ভয়ংকৰ দুৰ্ঘটনা । মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন কিশোৰ ।

হাটশিঙিমাৰীৰ বেপাৰিপাৰাত মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় আমিৰ আলী নামৰ 15 বছৰীয়া এজন কিশোৰ । উল্লেখ্য যে,বেপাৰীপাৰা বজাৰৰ পৰা ঘৰলৈ ওভতাৰ সময়তেই এম এল 08 ই 1663 নম্বৰৰ ট্ৰাকখনে বিপৰীতদিশৰ পৰা খুন্দিয়ায় কিশোৰজনক । তাৰপাচতেই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ট্ৰাকখন জব্দ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ।

SLUG- A_DHB_808_815_31MARCH_ACCIDENT_VIS+PIC_SHAHANUR
Date:- 31/03/19
( Files send through FTP )

      oc/vo:- দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটছিঙিমাৰীৰ বেপাৰিপাৰাত মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হল এটি কিশোৰ। আমিৰ আলী নামৰ ১৫ বছৰীয়া কিশোৰ জন বেপাৰী পাৰা বজাৰৰ পৰা ঘৰলৈ গৈ থকা সময়তেই এম এল 08 ই 1663 নম্বৰৰ ট্ৰাক খনে বিপৰীত দিশৰ পৰা গৈ থকা অৱস্থাত খুনীয়ায়। ফলত থিতাতে নিহত হয় কিশোৰটি। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ট্ৰাক খন জব্দ কৰি তদন্ত আৰম্ভ কৰে।

       ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.