ETV Bharat / state

তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ - দক্ষিণ শালমাৰা

বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন হে বাকী । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো । বৃহস্পতিবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 18, 2021, 2:13 PM IST

ধুবুৰী, ১৮ মাৰ্চ: সমাগত বিধানসভা নিবাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ তাৰ মাজতে প্ৰতিটো ৰাজনৈতিক দলে দক্ষিণ শালমাৰা সমষ্টিতো অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

দক্ষিণ শালমাৰা সমষ্টিত এইবাৰ কংগ্ৰেছ এ আই ইউ ডি এফৰ ভেটি কঁপাইছে ৰাইজৰ দলে । ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী তথা অধিবক্তা নজৰুল ইছলামে সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ । বিশাল বাইক ৰেলীৰে অধিবক্তা নজৰুল ইছলামে গাঁৱে-ভূৱে সোমাই শক্তি প্ৰদৰ্শন কৰিছে । বৰ্তমানৰ বিধায়ক তথা কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰজঁটৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ বিগত কাৰ্যকালত সমষ্টিটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ নজৰুল ইছলামৰ । নজৰুলৰ মতে সমষ্টিবাসীয়ে এইবাৰ বিচাৰিছে পৰিৱৰ্তন ।

লগতে পঢ়ক: ভাস্কৰ শৰ্মাৰ কু-কীৰ্তি অসমৰ ৰাইজে জানে: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.