ETV Bharat / state

পূৰ্ণ হ'বনে ইয়ামিনৰ চিকিৎসক হোৱাৰ সপোন

২০১৫ত ইয়ামিনে ৮৭% নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত আজমল কলেজত বিজ্ঞান শাখাত ভৰ্ত্তি হৈছিল। ইয়ামিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাতো ৮৬.৬৭%নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

পূৰ্ণ হ'বনে ইয়ামিনৰ সপোন
author img

By

Published : Jun 12, 2019, 3:24 PM IST

বিলাসীপাৰা,12 জুন : চিকিৎসক হ'বলৈ সাজু বিলাসীপাৰাৰ পাণবাৰীৰ এজন দৰিদ্ৰ কাঠ মিস্ত্ৰীৰ ল'ৰা। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ দালানেৰ আলগা প্ৰথমখণ্ড গাঁৱৰ ইয়ামিন পৰামাণিক নামৰ ছাত্ৰজনে সদ্যঘোষিত ২০১৯ৰ সৰ্বভাৰতীয় NEET প্ৰৱেশ পৰীক্ষাত লাভ কৰিছে ৭২০নম্বৰৰ ভিতৰত ৪৫৯ নম্বৰ।

পূৰ্ণ হ'বনে ইয়ামিনৰ সপোন

২০১৫ত ইয়ামিনে ৮৭%নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত আজমল কলেজত বিজ্ঞান শাখাত ভৰ্ত্তি হৈছিল। ইয়ামিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাতো ৮৬.৬৭%নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। পিতৃয়ে দিন হাজিৰা পোহপাল দিয়া ইয়ামিনৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাকে আদি কৰি NEET ক'চিঙৰো সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল আজমল ফাউণ্ডেচনে ৷ বুধবাৰে ধুবুৰী আজমল ফাউণ্ডেচনৰ অধ্যক্ষ আৰু বিষয়ববীয়াই ইয়ামিনৰ ঘৰত আহি উপস্থিতহৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ৷

Intro:SLUG=BILASIPARA. POOR STUDENT SUCCESSFUL FOR NEET EXAM.
DATE:- 13/06/2019.
A.I:- শিক্ষাৰক্ষেত্ৰত দাৰিদ্ৰতাই হেঙাৰ হব নোৱাৰে৷ বিলাসীপাৰাৰ পাণবাৰীত এজন দৰিদ্ৰ কাঠ মিস্ত্ৰীৰ লৰা চিকিৎসক হবলৈ সাজু।
Body: VO :- মেধা ছাত্ৰজনৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অৰ্ন্তগত পানবাৰী গাওঁ পঞ্চায়তৰ দালানেৰ আলগা প্ৰথমখণ্ড গাৱত৷
এই এখন দূৰ্গম এলেকাৰ গাওঁ৷ এইখন অখ্যাত গাৱৰ কাঠমিস্ত্ৰীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা নজমুল হকৰ লৰা ইয়ামিন পৰামাণিক নামৰ ছাত্ৰজনে সদ্যঘোষিত ২০১৯ৰ সৰ্বভাৰতীয় NEET প্ৰৱেশ পৰীক্ষাত সাফল্যৰে উত্তীৰ্ণ হৈছে।
প্ৰৱেশ পৰীক্ষাৰ ৭২০নম্বৰৰ ভিতৰত ৪৫৯ নম্বৰ লাভ কৰিছে ইয়ামিনে।
তেওঁৰ এনে সাফল্যৰ বাবে গাওবাসী বাৰুকৈয়ে হৈছে উৎফুল্লিত।

তেওঁ এম বি বি এছ পঢ়াৰ সুযোগ লাভ কৰিছে। পিছে টকা পাব কত?
তেওঁক সহায় কৰিবলৈ পুনৰ আগবাঢ়ি আহিব নে আজমল ফাউণ্ডেছন ?
২০১৫ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়ামিনে ৮৭%নম্বৰ লাভ কৰিছিল । তেওঁ ধুবুৰীস্থ আজমল কলেজত বিজ্ঞান শাখাত ভৰ্ত্তি হৈছিল।
তেওঁৰ মেধা লৈ লক্ষ্য কৰি আজমল ফাউণ্ডেছনে তেওঁৰ পঢ়া শুনাৰ যাৱতীয় খৰচ বহন কৰিছিল। যাৰ বাবে ইয়ামিনে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাতো ৮৬.৬৭%নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।Conclusion:ইয়াৰ পাছত ইয়ামিন আজমল ফাউন্ডেচনৰ সহায়তে গুৱাহাটীৰ জালুকবাৰীস্থিত ইডুকেট ইনষ্টিটিউট কছিং চেণ্টাৰত ভৰ্তি হৈ সৰ্বভাৰতীয় NEET Entrance বাবে প্ৰস্তুতি আৰম্ভ কৰে।
২০১৯ৰ সৰ্বভাৰতীয় নিট প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৭২০নম্বৰৰ ভিতৰত ৪৫৯ নম্বৰ লাভ কৰে ইয়ামিনে। যাৰ বাবে তেওঁ এম বি বি এছ পঢ়াৰ যোগ্যতা অৰ্জন কৰিছে। তদূপৰি ইয়ামিনৰ পঢ়াৰ বাবদ দূই জেষ্ঠভাতৃয়ে বিদেশত দিনহাজিৰা কৰিও খৰচ যোগান ধৰে৷
ইয়ামিনে দৰিদ্ৰতাৰ বাবে এটা সময়ত স্কুললৈ যোৱা বাদদি ঘৰতে কাম কাজ কৰি জীৱিকা নিৰ্বাহ কৰিছিল৷ পূণৰ ওচৰৰে সম্পৰ্কীয় খুৰা এজনে সংযোগী শিক্ষাকেন্দ্ৰত ভৰ্তিকৰি দিয়াত ভবিষ্যত জীৱনৰ পাতনিমেলে ইয়ামিনে৷
বুধবাৰে ধুবুৰী আজমল ফাউন্ডেচনৰ অধ্যক্ষ বিষয় ববীয়াই ইয়ামিনৰ ঘৰত এইদৰে আহি উপস্থিতহৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে৷
লগতে স্থানীয় জনপ্ৰতিনিধি এজনে দৰিদ্ৰ ছাত্ৰজনক সম্বৰ্ধনা দিউতে কান্দোনত আবেগিকহোৱা দেখা গল৷কিন্তু এই কান্দোন দূখৰ নহয়,আচলতে ই এক শান্তিৰ আবেগহে৷
প্ৰশ্ন হয় ইয়ামিনৰ ভবিষ্যত মনত যদিও ডাঙৰ মানুহ হোৱাৰ সপোন আছে কিন্তু সেৱা সম্পূৰ্ণ আজমল ফাউন্ডেচনৰ ওপৰতহে মনৰ আশা পাঙিছে৷এতিয়া কি কৰিব আজমল ফাউন্ডেচনৰ কতৃপক্ষই সেৱা পৰবৰ্তী হব লক্ষনীয়৷

বাইট=(১)আজমল ফাউন্ডেচনৰ ইনচাৰ্জ৷
বাইট=(২)মেধা ছাত্ৰ ইয়ামিন পৰামাণিক।
বিলাসীপাৰাৰ পৰা
পশ্চিম আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.