ETV Bharat / state

চৰকাৰ সলনি হ'লেও, সলনি নহয় পথৰ দুৰৱস্থা ...

পথৰ দূৰৱস্থাই জ্বলাকলা খুৱাইছে নয়াহাটৰ ৰাইজক ৷ যমৰ-যাতনা ভোগ কৰি যাতায়ত পথচাৰীৰ ৷

নয়াহাট-সাপটগ্ৰাম সংযোগী পথৰ দুৰৱস্থা
author img

By

Published : May 20, 2019, 10:31 AM IST

বিলাসীপাৰা, 20 মে' : বিলাসীপাৰাৰ এটা সদাব্যস্ত গড়কাপ্তানি পথ | বিলাসীপাৰাৰ নয়াহাটৰ নয়াহাট-সাপটগ্ৰাম সংযোগী এই পথচোৱাৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলবাসীক | পথচোৱাত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ ফলত বিধ্বস্ত পথচোৱাৰ মাজেৰে যমৰ-যাতনা ভোগ কৰি অহা-যোৱা কৰিবলগীয়া হৈছে পথচাৰী ৷ যদিও পথচোৱা নিৰ্মাণৰ প্ৰতি কোনো কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷ চৰকাৰৰ অবহেলাত উপায়ন্তৰ হৈ স্বেচ্ছাসেৱী সংস্থা সচেতন যুৱ মঞ্চৰ উদ্যোগত ৰাইজে গাঠিৰ ধন ভাঙি শিল বালি পেলাই মেৰামতি কৰিলে পথচোৱা ৷ ৰাইজৰ দাবী, অতিশীঘ্ৰে পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি তোলক পথচোৱা ৷

Intro:A. I - বিলাসীপাৰাৰ নয়াহাটৰ এটা বিধ্বস্ত গড়কাপ্তানি পথ |সদা ব্যস্ত পথছোৱাই জলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলবাসীক | ইয়াৰ পিছতো নিদ্ৰামগ্ন অৱস্থাত আছে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, এই অভিযোগ ৰাইজৰ | স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি পথছোৱা মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিলে | স্থানীয় অন্যতম সেচ্ছাসেৱী সংস্থা সচেতন যুৱ মঞ্চৰ উদ্যোগত ৰাইজে মেৰামতি কৰে পথছোৱা |Body:এই পথছোৱা লৈ মন কৰক নয়াহাট-সাপটগ্ৰাম সংযোগী ব্যস্ত পথ | চাওক পথটোত সৃষ্টি হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ | ইয়াৰ পিছতো গড়কাপ্তানি বিভাগৰ বিলাসীপাৰা উপ সংমণ্ডলৰ বিষয়া অভিযন্তাৰ নাই কোনো কাণসাৰ | ফলত যমৰযাতনা ভুগি অহা স্থানীয় ৰাইজে এইদৰে গাঠিৰ ধন ভাঙি শিল বালিৰে মেৰামতি কৰি তোলে ব্যস্ত পথটোConclusion:নয়াহাট সাপটগ্ৰাম একমাত্ৰ সংযোগী পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি তুলিবলৈ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৰাইজে |
Bite - সভাপতি, সচেতন যুৱ মঞ্চ, নয়াহাট |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.